ETV Bharat / state

Livestock recovered in Bokakhat: বোকাখাতত অবৈধভাৱে সৰবৰাহ কৰা গৰুভৰ্তি বাহন জব্দ

author img

By

Published : Nov 2, 2022, 9:28 AM IST

বোকাখাতত অবৈধভাৱে সৰবৰাহ কৰা গৰুভৰ্তি বাহন জব্দ ৷ জব্দকৃত বাহনখনত আছিল 33 টাকৈ গৰু (Livestock recovered in Bokakhat) ৷ বোকাখাতৰ কুৰুৱাবাহীৰ পৰা চামুগুৰি অভিমুখে গৈ আছিল গৰু ভৰ্তি বাহনখন ৷

Cattle smuggler arrested in Bokakhat
বোকাখাতত অবৈধভাৱে সৰবৰাহ কৰা গৰুসহ বাহন জব্দ
  • বোকাখাতত অবৈধভাৱে সৰবৰাহ কৰা গৰুসহ জব্দ এখন বাহন (Illegally smuggled cattle seized in Bokakhat)
  • জব্দকৃত বাহনখনত আছিল 33 টাকৈ গৰু (Livestock recovered in Bokakhat)
  • বোকাখাতৰ কুৰুৱাবাহীৰ পৰা চামুগুৰি অভিমুখে গৈ আছিল গৰু ভৰ্তি বাহনখন
  • আৰক্ষীৰ নিয়মীয়া তালাচীত জব্দ হয় বাহনখন
  • ইতিমধ্যে বাহনখনৰ চালকক আটক কৰিছে আৰক্ষীয়ে
  • অধিক তথ্যৰ বাবে ধৃত চালকক জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.