ETV Bharat / state

গোলাঘাটত জব্দ অবৈধ বিলাতী সুৰা

author img

By

Published : Oct 15, 2019, 6:40 PM IST

Updated : Oct 15, 2019, 6:47 PM IST

গোলাঘাট নগৰৰ মাজমজিয়াত সুলভ অবৈধ বিলাতী সুৰা । নগৰৰ একাংশ অলিয়ে গলিয়ে গঢ়ি উঠিছে অবৈধ সুৰাৰ ৰমৰমীয়া ব্যৱসায়। এখন হোটেলৰ পৰা আৰক্ষীয়ে জব্দ কৰিলে কেইবাটাও বিলাতী মদৰ বটল ।

গোলাঘাট জব্দ অবৈধ বিলাতী সুৰা

গোলাঘাট, 15 অক্টোবৰ: দেশৰ ভিতৰতে আটাইতকৈ বৃহৎ সুৰা ট্ৰেজেডী সংঘটিত হৈছিল গোলাঘাটত। কিন্তু আজিও শিক্ষা নল’লে একাংশ সুৰা ব্যৱসায়ীয়ে। গোলাঘাট নগৰৰ মাজমজিয়াত অতি সুলভ অবৈধ বিলাতী সুৰা। নগৰৰ একাংশ অলিয়ে গলিয়ে গঢ়ি উঠিছে অবৈধ সুৰাৰ ৰমৰমীয়া ব্যৱসায়। সৰু পান-তামোলৰ দোকান,হোটেলত অবৈধ ভাৱে বিক্ৰী কৰি আহিছে বিলাতী সুৰা ।

জব্দ অবৈধ বিলাতী সুৰা

এক গোপন সূত্ৰৰ পম খেদি গোলাঘাট আৰক্ষীয়ে মঙলবাৰে গোলাঘাট নগৰৰ মাজমজিয়াস্থিত পাব্লিক বাছষ্টেণ্ডৰ ‘গায়ত্ৰী চাহু’ নামৰ এখন চাহৰ দোকানৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰে বহু কেইটা সুৰাৰ বটল। লগতে আটক কৰে দোকানখনৰ স্বত্বাধিকাৰী এগৰাকী মহিলাক ৷ সম্প্ৰতি চহৰখনত অবৈধ সুৰাৰ ব্যৱসায় যাতে গঢ়ি নুঠে তাৰ বাবে আৰক্ষীয়ে চোকা দৃষ্টি ৰাখিছে ৷

Intro:Body:গোলাঘাট নগৰৰ মাজমজিয়াত এতিয়া সুলভ অবৈধ বিলাতী সুৰা। নগৰৰ একাংশ অলিয়ে গলিয়ে গঢ়ি উঠিছে অবৈধ সুৰাৰ ৰমৰমীয়া ব্যৱসায়। সৰু পান-তামোলৰ দোকান আৰু হোটেলত অবৈধ ভাৱে পোৱা যায় বিলাতী সুৰা। দেশৰ ভিতৰতে আটাইতকৈ বৃহৎ সুৰা ট্ৰেজেডী সংঘটিত হৈছিল এই গোলাঘাটতে। কিন্তু আজিও শিক্ষা নললে একাংশ সুৰা ব্যৱসায়ে। বৰঞ্চ অবৈধ সুৰাৰ ব্যবসায়ে এতিয়া ধনী কৰিছে একাংশ অবৈধ সুৰা ব্যবসায়িক। গোলাঘাট আৰক্ষীয়ে এক গোপন সূত্ৰৰ পম খেদি মঙ্গলবাৰে গোলাঘাট নগৰৰ মাজমজিয়া স্থিত পাব্লিক বাছষ্টেণ্ডৰ গায়ত্ৰী চাহু নামৰ মহিলা গৰাকীৰ এখন চাহৰ দোকানৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰে বহু কেইটা সুৰাৰ বটল। বটল সহ মহিলা গৰাকীক আৰক্ষীয়ে কৰায়ত্ত কৰি তদন্ত অব্যাহত ৰাখিছে। গোলাঘাট নগৰৰ অলিয়ে গলিয়ে যাতে এনেধৰণৰ অবৈধ সুৰাৰ ব্যবসায় গঢ়ি উঠিব নোৱাৰে তাৰ ওপৰত আৰক্ষীয়ে চোকা নজৰ ৰাখিছে। Conclusion:Byte 1: তদন্ত কাৰী আৰক্ষী বিষয়া।
গোলাঘাটৰ পৰা দিগন্ত চাহুৰ ৰিপ'ৰ্ট, Etv Bharat অসম।
Last Updated : Oct 15, 2019, 6:47 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.