ETV Bharat / state

খুমটাইত চীনৰ বিৰুদ্ধে হিন্দু যুৱ ছাত্র পৰিষদৰ উত্তাল প্ৰতিবাদ

author img

By

Published : Jun 19, 2020, 3:49 AM IST

চীনে ভাৰতীয় সৈন্যৰ ওপৰত চলোৱা আক্ৰমণৰ বিৰুদ্ধে বিভিন্ন দল সংগঠনে সমগ্ৰ দেশতে প্ৰতিবাদ কৰিছে । ইয়াৰ সমান্তৰালভাৱে খুমটাইতো হিন্দু যুৱ ছাত্ৰ পৰিষদৰ কৰ্মীসকলে চীনৰ বিৰুদ্ধে আকাশ বতাহ কপাই প্ৰতিবাদ সাব্যস্ত কৰা দেখা যায় ।

খুমটাইত চীনৰ বিৰুদ্ধে হিন্দু যুৱ ছাত্র পৰিষদৰ উত্তাল প্ৰতিবাদ
খুমটাইত চীনৰ বিৰুদ্ধে হিন্দু যুৱ ছাত্র পৰিষদৰ উত্তাল প্ৰতিবাদ

খুমটাই, 18 জুন : খুমটাইত বিশ্ব হিন্দু যুৱ ছাত্ৰ পৰিষদৰ গোলাঘাট জিলা সমিতি আৰু খুমটাই আঞ্চলিক সমিতিয়ে যৌথভাৱে চীনা সৈন্যৰ দ্বাৰা ভাৰতীয় সৈন্যৰ আক্ৰমণৰ ঘটনাক লৈ প্ৰতিবাদ ৷ চীনৰ পতাকা দাহ কৰাৰ লগতে চীনা সামগ্ৰী বৰ্জন কৰাৰ শ্ল'গানেৰে পৰিবেশ উত্তাল কৰি তোলে সংগঠনটোৱে ।

হিন্দু যুৱ ছাত্র পৰিষদৰ উত্তাল প্ৰতিবাদ

চীনে ভাৰতীয় সৈন্যৰ ওপৰত চলোৱা আক্ৰমণৰ বিৰুদ্ধে সৰৱ সংগঠনটোৱে চৰকাৰক ব্যৱস্থা গ্ৰহন কৰিবলৈ আহ্বান জনাই ৷ খুমটাই তিনিআলিত চীনৰ পতাকা দাহ কৰি প্ৰতিবাদত উত্তাল কৰি তুলিলে পৰিবেশ ৷ সংগঠনটোৱে সমগ্ৰ ভাৰতৰ লগতে অসমবাসীক চীনা সামগ্ৰী বৰ্জন কৰিবলৈ আহ্বান জনাই সংগঠনটোৱে ৷ সংগঠনটোৰ গোলাঘাট জিলা সমিতিয়ে খুমটাইত চীন মুৰ্দাবাদ, চীনা সামগ্ৰী বৰ্জন কৰক, চীনৰ দাদাগিৰি নচলিব আদি শ্ল’গানেৰে পৰিবেশ উত্তাল কৰি তোলে ৷

লগতে পঢ়কঃ ভাৰতীয় সেনাৰ বৃহৎ দল গলৱান সীমান্তলৈ ৰাওনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.