ETV Bharat / state

Husband pours petrol on wife: বোকাখাতত পাৰিবাৰিক কণ্ডলৰ ভয়ংকৰ পৰিণতি

author img

By

Published : Oct 26, 2022, 11:49 AM IST

Updated : Oct 26, 2022, 2:07 PM IST

বোকাখাতত পাৰিবাৰিক কণ্ডলৰ ভয়ংকৰ পৰিণতি (Husband sets Wife on fire) ৷ স্বামীয়ে পেট্ৰল ঢালি জ্বলালে পত্নীক (Husband pours petrol on wife) ৷ বোকাখাতৰ নাহৰজান চাহ বাগিছাৰ ৩ নং লাইনত সংঘটিত হৈছে এই ঘটনা ৷

Husband pours petrol on wife, sets her on fire in Bokakhat
বোকাখাতত পাৰিবাৰিক কণ্ডলৰ ভয়ংকৰ পৰিণতি
  • বোকাখাতত পাৰিবাৰিক কণ্ডলৰ ভয়ংকৰ পৰিণতি (Husband sets Wife on fire)
  • স্বামীয়ে পেট্ৰল ঢালি জ্বলালে পত্নীক (Husband pours petrol on wife)
  • বোকাখাত নাহৰজান চাহ বাগিছাৰ ৩ নং লাইনত সংঘটিত হৈছে এই ঘটনা
  • অন্য দিনাৰ দৰে আজিও পত্নী মেঘা নায়ক কামলৈ বুলি ওলাই যাব লৈছিল
  • কিন্তু সেই সময়তেই পাষাণ স্বামী মধু নায়কে পেট্ৰল ঢালি জ্বলাই দিয়ে পত্নীক
  • ফলত ৬০ শতাংশ অগ্নিদগ্ধ হয় মেঘা নায়ক (Husband burnt wife by pouring petrol)
  • প্ৰথমে বোকাখাত স্বহীদ কমলা মিৰি চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়
  • কিন্তু অৱস্থা সংকটজনক হোৱাত ততাতয়াকৈ যোৰহাট মেডিকেল কলেজলৈ প্ৰেৰণ কৰে মেঘাক
    বোকাখাতত পাৰিবাৰিক কণ্ডলৰ ভয়ংকৰ পৰিণতি
  • ঘটনাৰ পিছতেই স্থানীয় ৰাইজে পাষাণ স্বামীক উত্তম-মাধ্যম সোধাই আৰক্ষীক খবৰ দিয়ে
  • আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মূমূৰ্ষু অৱস্থাত উদ্ধাৰ কৰে গুৰুতৰভাৱে আহত মধু নায়কক
  • আৰক্ষীয়ে মধু নায়কক বোকাখাতৰ স্বহীদ কমলা মিৰি চিকিৎসালয়ত কৰাইছে ভৰ্তি

লগতে পঢ়ক: Fire broke out in Majuli: মাজুলীত ভয়ংকৰ অগ্নিকাণ্ড

Last Updated : Oct 26, 2022, 2:07 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.