ETV Bharat / state

গোলাঘাটত পালন হলিকা দহন - গোলাঘাট

বিশ্বৰ অপায় অমংগল নাশ তথা দেশত শান্তি স্থাপনৰ বাবে‍ ফাকুৱাৰ প্ৰথম নিশা  জ্বলোৱা হয় মেজি ৷ এই মেজি জ্বলোৱা পৰ্বক হলিকা দহন বুলি‍ কোৱা হয়৷

আজি ৰঙৰ উৎসৱ ফাকুৱা
author img

By

Published : Mar 21, 2019, 10:24 AM IST

গোলাঘাট,21 মাৰ্চ : আজি ৰঙৰ উৎসৱ ফাকুৱা । হিন্দু ধৰ্মৰ পৰম্পৰা ৰক্ষা কৰি সমগ্ৰ ভাৰতৰ লগতে‍ অসমতো বিভিন্ন লোকে ফাকুৱাৰ প্ৰথম নিশা পালন কৰে হলিকা দাহ ৷

আজি ৰঙৰ উৎসৱ ফাকুৱা
একেদৰে গোলাঘাটৰ মাৰোৱাৰী আৰু হিন্দীভাষী ৰাইজেও বুধবাৰে নিশা পালন কৰে হলিকা দহন৷

উল্লেখ্য যে,হিন্দু ধৰ্মাৱলম্বী লোকৰ পৰম্পৰা অনুসৰি বিশ্বৰ অপায় অমংগল নাশ তথা দেশত শান্তি স্থাপনৰ বাবে‍ এই উৎসৱৰ প্ৰথম নিশা জ্বলোৱা হয় মেজি ৷ এই মেজি জ্বলোৱা পৰ্বক হলিকা দহন বুলি‍ কোৱা হয়৷

Golaghat 21.03.2019
SLUG : GOLAGHAT HOLI
A_GLT_801_21MAR_GOLAGHAT_HOLI_VISUAL_1_DIGANTA_SAHU
A_GLT_802_21MAR_GOLAGHAT_HOLI_BYTE_1_DIGANTA_SAHU
O.C. : আজি ৰঙৰ উৎসৱ ফাকুৱা। হিন্দু ধৰ্মাৱলম্বী লোকৰ এই উৎসৱ পালনৰ প্ৰথম নিশা এক মেজি জ্বলোৱাৰ পৰম্পৰা আছে। বিশ্বৰ অপয়া অমঙ্গল নাশ কৰা আৰু দেশত শান্তি স্থাপনৰ বাবে‍ এই মেজি জ্বলোৱা হয়৷ এই মেজিক হলিকা দহন বুলি‍ কোৱা হয়৷ প্ৰৱাদ আছে, হিৰণ্যকশীপুৰৰ আদেশত নিজ পুত্ৰ প্ৰহ্লাদক শাস্তি দিবৰ বাবে প্ৰহ্লাদৰ পেহীয়েক অর্থাৎ হিৰণ্যকশীপুৰৰ ভগ্নি হলিকাক প্ৰহ্লাদক অগ্নিত দাহ দিবলৈ আদেশ দিছিল৷ ককাকেয়ক হিৰণ্যকশীপুৰৰ আদেশ পাই কেতিয়াও অগ্নিয়ে‍ দাহ কৰিব নোৱাৰা হলিকায়ে জুইৰ মাজত প্ৰহ্লাদক লৈ সুমাই গৈছিল কিন্তু অগ্নিয়ে প্ৰহ্লাদক দাহ নকৰি দাহ কৰিছিল হলিকাক৷ তেতিয়াৰ পৰায়ে ফাকুৱাৰ প্ৰথম দিনা হলিকা দহনৰ পৰম্পৰা প্ৰচলিত হৈ‍ আছে‍৷ হলিকা অর্থাৎ অপয়া অমঙ্গল দাহ কৰি বিশ্বক শান্তি প্ৰতিস্থাৰ পৰম্পৰা চলি আহিছে ফাকুৱাৰ প্ৰথম নিশা৷ সমগ্ৰ ভাৰত বর্ষৰ লগতে‍ অসমতো বিভিন্ন জাতি জনগোষ্ঠীয়ে বিভিন্ন প্ৰথাৰে ফাকুৱাৰ প্ৰথম নিশা হলিকা দাহ কৰি আহিছে৷ পৰম্পৰা ৰক্ষা কৰি এইবাৰো গোলাঘাট নগৰৰ মাৰোৱাৰী আৰু হিন্দীভাষী ৰাইজে পালন কৰিলে হলিকা দহন৷                                                                  Byte : স্থানীয় ৰাইজ৷
গোলাঘাটৰ পৰা দিগন্ত চাহুৰ ৰিপ'ৰ্ট, Etv Bharat অসম।

বি: দ্ৰ: -- ভিজুৱেল বাইট ftpত গ'ল।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.