খুমটাই , 6 নৱেম্বৰঃ হিন্দু যুৱ ছাত্ৰ পৰিষদৰ গোলাঘাট জিলা সমিতিৰ উদ্যোগত সাংবাদিক অৰ্ণৱ গোস্বামীৰ মুক্তিৰ দাবীত শুক্ৰবাৰে এক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হয় । প্ৰতিবাদস্থলিত হিন্দু যুৱ ছাত্ৰ পৰিষদ,অসমৰ গোলাঘাট জিলা সমিতিয়ে উদ্ধৱ থাকৰেৰ প্ৰতিকৃতি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে ৷
সংগঠনটোৱে অৰ্ণৱ গোস্বামীক মহাৰাষ্ট্ৰ চৰকাৰে পুৰণি গোচৰত আটক কৰাৰ সন্দৰ্ভত কয় যে এইয়া গণতন্ত্ৰৰ বাবে অশুভ সংকেত ৷
লগতে পঢ়কঃশিৱসাগৰত মাইক্ৰ ফাইনেঞ্চ কোম্পানীৰ বিৰুদ্ধে প্ৰতিবাদ