গোলাঘাট, 28 মাৰ্চঃগোলাঘাটত বুধবাৰে নিশা অহা প্ৰৱল শিলাবৃষ্টিত জিলাখনৰ ভিন্ন অঞ্চলত বিস্তৰ ক্ষতিসাধন হয় ৷ জিলাখনৰ বামবৰাহী গাঁও, তৰফাট, আঠগাঁও আদি অঞ্চলৰ প্ৰায় তিনি শতাধিক পৰিয়ালৰ টিনপাত ফুটা হৈ ঘৰৰ ভিতৰত শিল সোমোৱাৰ লগতে বিস্তৰ ক্ষতিসাধন হয় পৰিয়ালসমূহৰ ৷
প্ৰৱল শিলাবৃষ্টিত গোলাঘাটৰ ভিন্ন অঞ্চলত বিস্তৰ ক্ষতিসাধন
গোলাঘাটৰ বামবৰাহী গাঁও,তৰফাট,আঠগাঁও আদি অঞ্চলত বিস্তৰ ক্ষতিসাধন
গোলাঘাটত প্ৰৱল শিলাবৃষ্টি
গোলাঘাট, 28 মাৰ্চঃগোলাঘাটত বুধবাৰে নিশা অহা প্ৰৱল শিলাবৃষ্টিত জিলাখনৰ ভিন্ন অঞ্চলত বিস্তৰ ক্ষতিসাধন হয় ৷ জিলাখনৰ বামবৰাহী গাঁও, তৰফাট, আঠগাঁও আদি অঞ্চলৰ প্ৰায় তিনি শতাধিক পৰিয়ালৰ টিনপাত ফুটা হৈ ঘৰৰ ভিতৰত শিল সোমোৱাৰ লগতে বিস্তৰ ক্ষতিসাধন হয় পৰিয়ালসমূহৰ ৷
Golaghat.28.03.2019
SLUG. GOLAGHAT HAIL STORM
A_GLT_801_28MAR_GOLAGHAT_HAIL_STORM_VISUAL_1_DIGANTA_SAHU
A_GLT_802_28MAR_GOLAGHAT_HAIL_STORM_BYTE_1_DIGANTA_SAHU
A_GLT_803_28MAR_GOLAGHAT_HAIL_STORM_BYTE_2_DIGANTA_SAHU
A_GLT_804_28MAR_GOLAGHAT_HAIL_STORM_BYTE_3_DIGANTA_SAHU
O.C. গোলাঘাটৰ বামবৰাহী গাঁও, তৰফাট, আঠগাঁও আদি অঞ্চলত প্ৰৱল শিলাবৃষ্টিত বিস্তৰ ক্ষতিসাধন হয়। গাঁও তিনি খনৰ প্ৰায় তিনি শতাধিক পৰিয়ালৰ ঘৰৰ টিনপাত ফুটা কৰি ঘৰৰ ভিতৰত সোমাই শিল। বাৰীৰ শাক পাচলিও অনিষ্ট হয় প্ৰৱল শিলাবৃষ্টিৰ ফলত। বুধবাৰে সন্ধিয়া অহা এই শিল বৰষুণ জাকে প্ৰায় সমূহ পৰিয়ালৰ ঘৰৰ টিন পাত চালনীৰ নিচিনাকৈ ফুটা কৰি ক্ষতিসাধন কৰে। এই শিল বৰষুণ ইমানেই প্ৰৱল আছিল যে চৰাই চিৰিকটিও মৃত্যু মুখত পৰিছিল। বুধবাৰে সন্ধিয়া অহা এই শিল বৰষুণ ইমানেই প্ৰৱল আছিল যে প্ৰায় ষোল্ল ঘণ্টা অতিক্ৰম কৰাৰ পিছতো শিল সমূহ গোট মাৰিয়েই আছে। অঞ্চলটোৰ ৰাইজৰ বহু অনিষ্ট হোৱাৰ বাবে চৰকাৰ প্ৰশাসনক বিষয়টো গুৰুত্ব প্ৰদান কৰিবলৈও আহবান জনায় ।
Byte_1_স্থানীয় ব্যক্তি
Byte_2_স্থানীয় ব্যক্তি
Byte_3_স্থানীয় ব্যক্তি
গোলাঘাটৰ পৰা দিগন্ত চাহুৰ ৰিপ'ৰ্ট, Etv Bharat অসম।
বি: দ্ৰ: --- ভিজুৱেল বাইট ftpত গ'ল।