ETV Bharat / state

সুশান্ত বিশ্ব শৰ্মা অসম ভলীবল সন্থাৰ নতুন সভাপতি - সুশান্ত বিশ্ব শৰ্মা

প্ৰথম অৱস্থাত সভাপতিৰ পদৰ বাবে নাম প্ৰস্তাৱ হৈছিল সাংসদ তপন গগৈ আৰু সুশান্ত বিশ্ব শৰ্মাৰ নাম । কিন্তু পৰৱৰ্তী সময়ত সাংসদ তপন গগৈয়ে তেওঁৰ নিজৰ নাম প্ৰত্যাহাৰ কৰাত সুশান্ত বিশ্ব শৰ্মা বিনা প্ৰতিদ্বন্দিতাৰে নিৰ্বাচিত হয় ৷

বিনা প্ৰতিদ্বন্দিতাৰে নিৰ্বাচিত অসম ভলীবল সন্থাৰ সভাপতি
author img

By

Published : Nov 3, 2019, 7:03 PM IST

গোলাঘাট, 3 অক্টোবৰঃ অসম ভলীবল সন্থাৰ পৰৱৰ্তী সভাপতি হিচাপে নিৰ্বাচিত সুশান্ত বিশ্ব শৰ্মা । দেওবাৰে গোলাঘাটত অনুষ্ঠিত হোৱা অসম ভলীবল সন্থাৰ প্ৰতিনিধি সভাত বিনা প্ৰতিদ্বন্দিতাৰে অসম ভলীবল সন্থাৰ সভাপতি হিচাপে নিৰ্বাচিত হয় গোৱালপাৰা জিলাৰ আৰক্ষী অধীক্ষক সুশান্ত বিশ্ব শৰ্মা ।

উল্লেখ্য যে, প্ৰথম অৱস্থাত সভাপতিৰ পদৰ বাবে নাম প্ৰস্তাৱ হৈছিল সাংসদ তপন গগৈ আৰু সুশান্ত বিশ্ব শৰ্মাৰ । কিন্তু পৰৱৰ্তী সময়ত সাংসদ তপন গগৈয়ে তেওঁৰ নিজৰ নাম প্ৰত্যাহাৰ কৰাত সুশান্ত বিশ্ব শৰ্মা বিনা প্ৰতিদ্বন্দিতাৰে নিৰ্বাচিত হয় । ইফালে সন্থাৰ সাধাৰণ সম্পাদককে ধৰি অন্যান্য পদবীৰ বাবে অনুষ্ঠিত হৈছে নিৰ্বাচন ।

বিনা প্ৰতিদ্বন্দিতাৰে নিৰ্বাচিত অসম ভলীবল সন্থাৰ সভাপতি

আনহাতে, গোলাঘাট জিলা ক্ৰিয়া সন্থাৰ উদ্যোগত গোলাঘাট ষ্টেডিয়ামত অনুষ্ঠিত হোৱা অসম ভলীবল সন্থাৰ প্ৰতিনিধি সভাত অসম ক্ৰিকেট সন্থাৰ পৰা বহিস্কৃত হোৱা বিকাশ বৰুৱাৰ উপস্থিতি মানি লোৱা নাই ভলীবল সন্থাৰ প্ৰতিনিধি সকলে । প্ৰতিনিধিৰ ভাষ্য , অসম ক্ৰিকেট সন্থাক ধংশ কৰি এতিয়া অসম ভলীবল সন্থাক বিকাশ বৰুৱাৰ দৰে লোকে ধংশ কৰিবলৈ আহিছে।

Intro:অসম ভলীবল সন্থাৰ পৰৱৰ্তী সভাপতি হিচাপে নিৰ্বাচিত সুশান্ত বিশ্ব শৰ্মা । আজি গোলাঘাটত অনুষ্ঠিত হোৱা অসম ভলীবল সন্থাৰ প্ৰতিনিধি সভাত বিনা প্ৰতিদ্বন্দিতাৰে অসম ভলীবল সন্থাৰ সভাপতি হিচাপে নিৰ্বাচিত হয় গোৱালপাৰা জিলাৰ আৰক্ষী অধীক্ষক সুশান্ত বিশ্ব শৰ্মা । উল্লেখ্য যে প্ৰথম অৱস্থাত সভাপতিৰ পদৰ বাবে নাম প্ৰস্তাৱ হৈছিল সাংসদ তপন গগৈ আৰু সুশান্ত বিশ্ব শৰ্মাৰ নাম । কিন্তু পৰৱৰ্তী সময়ত সাংসদ তপন গগৈয়ে তেওঁৰ নিজৰ নাম প্ৰত্যাহাৰ কৰাত সুশান্ত বিশ্ব শৰ্মা বিনা প্ৰতিদ্বন্দিতাৰে নিৰ্বাচিত হয় । ইফালে সন্থাৰ সাধাৰণ সম্পাদককে ধৰি অন্যান্য পদবীৰ বাবে অনুষ্ঠিত হৈছে নিৰ্বাচন । উল্লেখ্য যে গোলাঘাট জিলা ক্ৰিয়া সন্থাৰ উদ্যোগত গোলাঘাট ষ্টেডিয়ামত অনুষ্ঠিত হোৱা অসম ভলীবল সন্থাৰ প্ৰতিনিধি সভাত অসম ক্ৰিকেট সন্থাৰ পৰা বহিস্কৃত হোৱা বিকাশ বৰুৱাৰ উপস্থিতি মানি লোৱা নাই ভলীবল সন্থাৰ প্ৰতিনিধি সকলে । প্ৰতিনিধিৰ ভাষ্য , অসম ক্ৰিকেট সন্থাক ধংশ কৰি এতিয়া অসম ভলীবল সন্থাক বিকাশ বৰুৱাৰ দৰে লোকে ধংশ কৰিবলৈ অহা বুলি অভিযোগ প্ৰতিনিধিৰ ।
Body:Byte 1 : প্ৰতিনিধি
Byte-2 - সুশান্ত বিশ্ব শৰ্মা , সভাপতি অসম ভলীবল সন্থা
Conclusion:গোলাঘাট পৰা চামিম আলি ,etv bharta,অসম
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.