গোলাঘাট, 3 অক্টোৱৰ : গোলাঘাটৰ জামুগুৰি আৰক্ষী থানাৰ অন্তৰ্গত দৈয়াং নদীৰ ঘুলিঘাটত বৃহস্পতি এটা মৃতদেহ উদ্ধাৰ । উদ্ধাৰ হোৱা মৃতদেহটো কোনো অচিনাক্ত মহিলাৰ । ঘুলিঘাটত পানীত উটি অহা এই মৃতদেহটো লাগি ধৰিছিল জাবৰৰ মাজত । ঘটনাস্থলীত জামুগুৰি আৰক্ষী উপস্থিত হৈ উদ্ধাৰ কৰে মৃতদেহটো । এতিয়ালৈকে চিনাক্ত হোৱা নাই মহিলাৰ মৃতদেহটো। ঘটনাটো হত্যা নে আত্মহত্যা ! এয়া বৰ্তমান ৰহস্যৰ আৱৰ্তত ৷
গোলাঘাটৰ দৈয়াং নদীত এটা মৃতদেহ উদ্ধাৰ - deadbody recovered in Doiyang river
গোলাঘাটৰ দৈয়াং নদীৰ ঘুলিঘাটত এটা মহিলাৰ মৃতদেহ উদ্ধাৰ ৷ বৰ্তমানলৈ চিনাক্ত হোৱা নাই মৃতদেহটো
গোলাঘাটৰ দৈয়াং নদীত এটা মৃতদেহ উদ্ধাৰ
গোলাঘাট, 3 অক্টোৱৰ : গোলাঘাটৰ জামুগুৰি আৰক্ষী থানাৰ অন্তৰ্গত দৈয়াং নদীৰ ঘুলিঘাটত বৃহস্পতি এটা মৃতদেহ উদ্ধাৰ । উদ্ধাৰ হোৱা মৃতদেহটো কোনো অচিনাক্ত মহিলাৰ । ঘুলিঘাটত পানীত উটি অহা এই মৃতদেহটো লাগি ধৰিছিল জাবৰৰ মাজত । ঘটনাস্থলীত জামুগুৰি আৰক্ষী উপস্থিত হৈ উদ্ধাৰ কৰে মৃতদেহটো । এতিয়ালৈকে চিনাক্ত হোৱা নাই মহিলাৰ মৃতদেহটো। ঘটনাটো হত্যা নে আত্মহত্যা ! এয়া বৰ্তমান ৰহস্যৰ আৱৰ্তত ৷
Intro:Body:গোলাঘাটৰ দৈয়াং নদীত এটা মৃতদেহ উদ্ধাৰ। দৈয়াং নদীৰ ঘুলিঘাটত অচিনাক্ত মহিলাৰ মৃতদেহ উদ্ধাৰ। জামুগুৰি আৰক্ষী থানাৰ অন্তৰ্গত ঘুলিঘাটত পানীত উটি অহা এই মৃতদেহটো লাগি ধৰিছিল জাবৰৰ মাজত। ঘটনাস্থলীত জামুগুৰি আৰক্ষী উপস্থিত হৈ উদ্ধাৰ কৰে মৃতদেহটো। এতিয়ালৈকে চিনাক্ত হোৱা নাই মহিলাৰ মৃতদেহটো। এয়া হত্যা নে আত্মহত্যাৰ ঘটনা সেয়া চিনাক্ত হোৱাৰ পিছতহে স্পষ্ট হব।Conclusion:Byte 1: আৰক্ষী বিষয়া, জামুগুৰি থানা।
গোলাঘাটৰ পৰা দিগন্ত চাহুৰ ৰিপ'ৰ্ট, Etv Bharat অসম।
গোলাঘাটৰ পৰা দিগন্ত চাহুৰ ৰিপ'ৰ্ট, Etv Bharat অসম।