ETV Bharat / state

এন আৰ এল ব্য়ক্তিগতকৰণৰ বিৰুদ্ধে শ্ৰমিক সংগঠনৰ প্ৰতিবাদ - LABOUR UNION protest at Golaghat

সোমবাৰে শ্ৰমিকৰ ন্যায্য দাবীৰ বাবে প্ৰতিবাদ কাৰ্যসূচীত নামিল তিনি শ্ৰমিক সংগঠন ক্ৰমে AITUC, CITU আৰু TUCC ৷ উক্ত প্ৰতিবাদত নুমলীগড় শোধানাগাৰ ব্যক্তিগতকৰণৰ বিৰুদ্ধেও সুচ্ছাৰ হ’ল শ্ৰমিক সকল ৷ প্ৰতিবাদী সমদলৰ অন্তত গোলাঘাটৰ উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে শ্ৰমিকসকলে ৷

শ্ৰমিকলকলৰ ন্যায্য দাবীৰ বাবে প্ৰতিবাদত নামিল তিনি শ্ৰমিক সংগঠন
author img

By

Published : Nov 11, 2019, 5:02 PM IST

গোলাঘাট, 11 নৱেম্বৰঃ সোমবাৰে তিনিটাকৈ শ্ৰমিক সংগঠনৰ প্ৰতিবাদত কঁপিল গোলাঘাটৰ ৰাজপথ ৷ কেন্দ্ৰীয় চৰকাৰৰ শ্ৰমিক বিৰোধী সিদ্ধান্তৰ বিৰুদ্ধে গৰজি উঠিল হাজাৰ হাজাৰ শ্ৰমিক ৷ আনহাতে, নুমলিগড় শোধানাগাৰৰ ব্যক্তিগতকৰণৰ বিৰুদ্ধেও সোচ্চাৰ হ’ল শ্ৰমিক সকল ৷

গোলাঘাটত তিনি শ্ৰমিক সংগঠনৰ প্ৰতিবাদ

উল্লেখ্য যে, AITUC, CITU আৰু TUCCৰ নেতৃত্বত অসম গৃহ আৰু অন্যান্য নিৰ্মাণ শ্ৰমিক কল্যাণ আইন, ১৯৯৬ আৰু নিৰ্মাণ শ্ৰমিকৰ অধিকাৰ ৰক্ষাৰ দাবীত সোমবাৰে প্ৰতিবাদত নামিল শ্ৰমিকসকল ৷ নিৰ্মাণ শ্ৰমিক কল্যাণ আইনৰ স্বতন্ত্ৰতা ৰক্ষা কৰা, এন আৰ এলৰ ব্যক্তিগতকৰণ বন্ধ কৰা আদি দাবীৰে গোলাঘাট নগৰৰ মাজেৰে বৃহৎ প্ৰতিবাদী সমদল বাহিৰ কৰে শ্ৰমিকসকলে ৷ লগতে নিৰ্মাণ শ্ৰমিকৰ কল্যাণ পৰিষদত জমা থকা ধনৰাশি কেন্দ্ৰীয় চৰকাৰে লৈ যাব বিচৰা কাৰ্যৰো তীব্ৰ বিৰোধিতা কৰে শ্ৰমিক সকলে ৷ প্ৰতিবাদী সমদলৰ অন্তত গোলাঘাটৰ উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে শ্ৰমিকসকলে ৷

Intro:সোমবাৰে গোলাঘাটৰ ৰাজপথ কঁপালে তিনিটাকৈ শ্ৰমিক সংগঠনে। কেন্দ্ৰীয় চৰকাৰৰ শ্ৰমিক বিৰোধী সিদ্ধান্তৰ বিৰোধিতাত গৰজি উঠিল হাজাৰ হাজাৰ শ্ৰমিক। নুমলিগড় শোধনাগাৰৰ ব্যক্তিগতকৰণৰ বিৰুদ্ধেও সোচ্ছাৰ হ'ল শ্ৰমিক সকল।Body:সোমবাৰে গোলাঘাটৰ ৰাজপথ কঁপালে হাজাৰ হাজাৰ শ্ৰমিকে। AITUC, CITU আৰু TUCC ৰ নেতৃত্বত ৰাজপথত নামিল শ্ৰমিক সকল। অসম গৃহ আৰু অন্যান্য নিৰ্মাণ শ্ৰমিক কল্যাণ আইন, ১৯৯৬ আৰু নিৰ্মাণ শ্ৰমিকৰ অধিকাৰ ৰক্ষাৰ দাবীত বিক্ষোভ কাৰ্যসূচী।নিৰ্মাণ শ্ৰমিক কল্যাণ আইনৰ স্বতন্ত্ৰতা ৰক্ষা কৰা, NRL ব্যক্তিগত কৰণ বন্ধ কৰা আদি দাবীৰে গোলাঘাট নগৰৰ মাজেৰে বৃহৎ প্ৰতিবাদী মিছিল বাহিৰ কৰে শ্ৰমিক সকলে। ইয়াৰ অন্তত গোলাঘাটৰ উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে। নিৰ্মাণ শ্ৰমিকৰ কল্যাণ পৰিষদত জমা থকা ধনৰাশি কেন্দ্ৰীয় চৰকাৰে লৈ যাব বিচৰা কাৰ্যৰ তীব্ৰ বিৰোধিতা কৰে শ্ৰমিক সকলে। কেন্দ্ৰীয় চৰকাৰে বাজেটৰ যোগেদি শ্ৰমিকৰ কল্যাণাৰ্থে ব্যয় কৰাৰ পোষকতা কৰে সংগঠন কেইটাই।Conclusion:Byte 1: শ্ৰমিক নেতা।
গোলাঘাটৰ পৰা দিগন্ত চাহুৰ ৰিপ'ৰ্ট, Etv Bharat অসম।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.