ETV Bharat / state

গোলাঘাটত চাহ কৰ্মচাৰী সংঘৰ প্ৰতিবাদ,ঘেৰাও খুমটাই চাহ বাগিছাৰ মুখ্য কাৰ্যালয় !

গোলাঘাটত চাহ কৰ্মচাৰী সংঘৰ প্ৰতিবাদ। গোলাঘাটৰ খুমটাই চাহ বাগিচাৰ মুখ্য কাৰ্যালয় ঘেৰাও প্ৰতিবাদকাৰীৰ । মালিক পক্ষই মিছলীয়া নীতি অৱলম্বন কৰি দৰমহা বৃদ্ধি নকৰাৰ অভিযোগ চাহ কৰ্মচাৰীৰ।

গোলাঘাটত চাহ কৰ্মচাৰী সংঘৰ প্ৰতিবাদ, ঘেৰাও খুমটাই চাহ বাগিছাৰ মুখ্য কাৰ্যালয় !
author img

By

Published : Sep 2, 2019, 3:01 PM IST

গোলাঘাট. 02 চেপ্তেম্বৰ : দৰমহা বৃদ্ধিৰ দাবীত সোমবাৰে গোলাঘাটত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে চাহ কৰ্মচাৰী সংঘই ৷ মালিকপক্ষই মিছলীয়া নীতিৰে দৰমহা বৃদ্ধি নকৰাৰ অভিযোগ উত্থাপন কৰি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে চাহ কৰ্মচাৰী সংঘই ৷ প্ৰতিবাদকাৰীয়ে ঘেৰাও কৰে খুমটাই চাহ বাগিছাৰ মুখ্য কাৰ্যালয় ৷ পূৰ্বৰ দৰে দ্বিপাক্ষিক চুক্তিৰ জৰিয়তে দৰমহা বৃদ্ধি নহ'লে সমগ্ৰ ৰাজ্যজুৰি ভয়াৱহ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰে চাহ কৰ্মচাৰী সংঘই ৷

Intro:Body:গোলাঘাটত চাহ কৰ্মচাৰী সংঘৰ প্ৰতিবাদ। গোলাঘাটৰ খুমটাই চাহ বাগিচাৰ মুখ্য কাৰ্যালয় ঘেৰাও কৰি এই প্ৰতিবাদ। মালিক পক্ষয়ে মিছলীয়া নীতি অৱলম্বন কৰি দৰমহা বৃদ্ধি নকৰাৰ অভিযোগ। মালিক পক্ষৰ প্ৰৱঞ্চনাৰ বলি চাহ কৰ্মচাৰী সংঘৰ। অসমত চাহ উদ্যোগৰ সংকটৰ সময় বুলি মালিক পক্ষৰ মিছা প্ৰচাৰৰ অভিযোগ। পূৰ্বৰ দৰে দ্বিপাক্ষিক চুক্তিৰ জৰিয়তে দৰমহা বৃদ্ধিৰ দাবী অসম চাহ কৰ্মচাৰী সংঘৰ।Conclusion:Byte 1: কৰ্মচাৰী
Byte 2: কৰ্মচাৰী
Byte 3: কৰ্মচাৰী
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.