ETV Bharat / state

মহুৰাপথাৰত শংকৰদেৱ সংঘৰ অধিৱেশনৰ ব্যাপক প্ৰস্তুতি

অহা ৫ ফেব্ৰুৱাৰীৰ পৰা চাৰি দিনীয়াকৈ বৰ্ণাঢ্য কাৰ্যসূচীৰে শঙ্কৰদেৱ সংঘৰ ৮৯ সংখ্যক অধিৱেশন অনুষ্ঠিত হ'ব দিহীঙ্গীয়া মহুৰাপথাৰৰ কাজিৰঙা সমন্বয় ক্ষেত্ৰত ।

author img

By

Published : Feb 2, 2020, 1:40 PM IST

golaghat Shankar sangha conference
মহুৰাপথাৰত শংকৰদেৱ সংঘৰ অধিৱেশনৰ ব্যাপক প্ৰস্তুতি

গোলাঘাট,2 ফেব্ৰুৱাৰীঃ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৮৯ তম অধিৱেশনৰ ব্যাপক আয়োজন চিলছে গোলাঘাটৰ মহুৰাপথাৰত । এইবাৰ অধিৱেশন স্থলীৰ মূখ্য আকর্ষণ হ'ব পতাকা উত্তোলনৰ বেদী । অহা ৫ ফেব্ৰুৱাৰীৰ পৰা চাৰি দিনীয়াকৈ বৰ্ণাঢ্য কাৰ্যসূচীৰে শঙ্কৰদেৱ সংঘৰ ৮৯ সংখ্যক অধিৱেশন অনুষ্ঠিত হ'ব দিহীঙ্গীয়া মহুৰাপথাৰৰ কাজিৰঙা সমন্বয় ক্ষেত্ৰত ।

এই বাৰ অধিৱেশন স্থলীৰ মুখ্য আকৰ্ষণ পতাকা উত্তোলনৰ বেদী । অধিৱেশনলৈ অহা লক্ষ-লক্ষ ভকত বৈষ্ণৱক আকৰ্ষণ কৰিবলৈ এপাহ পদুম ফুল পানীত ওপঙি থকাৰ আৰ্হিত অতি নিখুঁত আৰু সুন্দৰকৈ নিৰ্মান কৰা হৈছে পতাকা উত্তোলনৰ বেদীটো । যত থাকিব এটা নামঘৰ, মণিকূট, গুৰু আসন । যিয়ে অধিৱেশন স্থলীৰ সৌন্দৰ্য্য বৃদ্ধি কৰিব ।

আৰু পঢ়কঃ ছ'চিয়েল মিডিয়াত ক'ৰোনা ভাইৰাছ সন্দৰ্ভত ভুল তথ্য প্ৰচাৰৰ কৰি গ্ৰেপ্তাৰ তিনিজন

Intro:গোলাঘাট মহুৰাপথাৰ শঙ্কৰদেৱ সংঘৰ ৮৯ তম অধিৱেশনৰ ব্যাপক আয়োজন । অধিৱেশন স্থলীৰ মূখ্য আকর্ষণ পতাকা বেদী ।
অহা ৫ ফেব্ৰুৱাৰীৰ পৰা চাৰি দিনীয়াকৈ বৰ্ণাঢ্য কাৰ্য্যসূচীৰে শঙ্কৰদেৱ সংঘৰ ৮৯ সংখ্যক অধিৱেশন অনুষ্ঠিত হব দৃহিঙীয়া মহুৰাপথাৰৰ কাজিৰঙা সমন্বয় ক্ষেত্ৰত । আৰু এই বাৰ অধিৱেশন স্থলিৰ মুখ্য আকৰ্ষণ পতাকা বেদী । অধিৱেশনলৈ অহা লক্ষ লক্ষ ভকত বৈষ্ণৱক আকৰ্ষণ কৰিবলৈ এপাহ পদুম ফুল পানীত ওপঙি থকাৰ আৰ্হিত অতি নিখুঁত আৰু সুন্দৰ কৈ নিৰ্মান কৰিছে পতাকা বেদীটো । যত থাকিব এটা নামঘৰ,মণিকূট, গুৰু আসন । যিয়ে অধিৱেশন স্থলীৰ সৌন্দৰ্য্য বৃদ্ধি কৰিব ।Body:Byte 1 : আয়োজকConclusion:গোলাঘাট পৰা চামিম আলি , etv Bharat , অসম
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.