ETV Bharat / state

ডিহিঙীয়াত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৮৯ সংখ্যক অধিৱেশন - golaghat Shankar sangha conference dharma dhobja

গোলাঘাটৰ ডিহিঙীয়াত ৫ ফেব্ৰুৱাৰীৰ পৰা চাৰি দিনীয়া কাৰ্যসূচীৰে আৰম্ভণি হ'ব উত্তৰ-পূৰ্বাঞ্চলৰ সৰ্ববৃহৎ ধৰ্মীয় অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৮৯ সংখ্যক বাৰ্ষিক অধিৱেশন ৷

গোলাঘাট
ডিহিঙীয়াত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৮৯ সংখ্যক অধিৱেশন
author img

By

Published : Jan 18, 2020, 11:34 PM IST

গোলাঘাট, 18 জানুৱাৰীঃ গোলাঘাটৰ ডিহিঙীয়াৰ মহুৰাপথাৰ কাজিৰঙা সমন্বয় ক্ষেত্ৰত উখল-মাখল পৰিৱেশে বিৰাজ কৰিছে । পদাৰ্পন কৰা হ'ল গুৰু আসন আৰু শঙ্কৰদেৱ সংঘৰ ধৰ্মধ্বজা । অহা 5 ফেব্ৰুৱাৰীৰ পৰা চাৰিদিনীয়াকৈ অনুষ্ঠিত কৰা হ'ব উত্তৰ-পূৰ্বাঞ্চলৰ সৰ্ববৃহৎ ধৰ্মীয় অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৮৯ সংখ্যক বাৰ্ষিক অধিৱেশন ৷

গোলাঘাট
ডিহিঙীয়াত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৮৯ সংখ্যক অধিৱেশন

যাৰ বাবে শনিবাৰে বোকাখাটৰ নামঘৰৰ পৰা ধৰ্মীয় ৰীতি-নীতি অনুসৰি ভকত প্ৰাণ বৈষ্ণৱ সকলে আদৰি আনিলে গুৰু আসন আৰু ধৰ্মধ্বজা । তাৰোপৰি 19 জানুৱাৰীত গুৰু আসন স্থাপন হ'ব কাজিৰঙা সমন্বয় ক্ষেত্ৰত । গুৰু আসন প্ৰতিষ্ঠা হোৱাৰ লগে লগে নামঘৰত আৰম্ভ হ'ব নাম প্ৰসংগ । ইতিমধ্যে অধিৱেশনৰ বাবে যাৱতীয় সকলো কাম-কাজ সম্পূৰ্ণ হৈ উঠিছে। আয়োজক সমিতিয়ে দল সংগঠন, চৰকাৰী, বে-চৰকাৰী সকলোকে অধিৱেশনত সহায়ৰ হাত আগবঢ়াৱলৈ আহ্বান জনায় ৷

আৰু পঢ়কঃ অসম আৰক্ষীত ৰদবদল

Intro:উখল মাখল পৰিৱেশ গোলাঘাটৰ ডিহিঙীয়া ৰ মহুৰাপথাৰ কাজিৰঙা সমন্বয় ক্ষেত্ৰ । প্ৰদাৰ্পন হল গুৰু আসন আৰু শঙ্কৰদেৱ সংঘৰ ধৰ্ম ধ্বজা ।
হয় 2020 চনৰ ফেব্ৰুৱাৰী মাহৰ ৫ তাৰিখৰ পৰা চাৰি দিনীয়া কৈ অনুষ্ঠিত হব উত্তৰপূৰ্বাঞ্চলৰ সৰ্ববৃহৎ ধৰ্মীয় অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৮৯ সংখ্যক বাৰ্ষিক অধিবেশন অনুষ্ঠিত হব ডিহিঙীয়া ৰ মহুৰাপথাৰ কাজিৰঙা সমন্বয় ক্ষেত্ৰত । আৰু আজি বোকাখাট জিলা নামঘৰৰ পৰা ধৰ্মীয় ৰীতি নীতি অনুসাৰে ভকত প্ৰাণ বৈষ্ণৱ সকলে আদৰি আনিলে গুৰ আসন আৰু ধৰ্ম ধ্বজা । অহা কালিলৈ গুৰু আসন স্থাপন হব কাজিৰঙা সমন্বয় ক্ষেত্ৰত । গুৰু আসন প্ৰতিষ্ঠা হোৱাৰ লগে লগে নামঘৰত নাম প্ৰসঙ্গ আৰম্ভ হব । ইতিমধ্যে অধিবেশনৰ বাবে যাৱতীয় সকলো কাম হৈছে । আয়োজক সমিতিয়ে দল সংগঠন , চৰকাৰী , বেচৰকাৰী সকলোকে অধিবেশনীত সহায় আগবঢ়াৱলৈ আহ্বান জনাইছেBody:Byte 1 : পবিত্র প্ৰাণ বৰা (আয়োজক)
Byte 2,3 : ভক্তConclusion:গোলাঘাট পৰা চামিম আলি , etv Bharat , অসম
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.