ETV Bharat / state

গোলাঘাটত পথ দুৰ্ঘটনা : নিহত এজন

author img

By

Published : May 8, 2019, 9:57 PM IST

স্কুটিৰ নিয়ন্ত্ৰণ হেৰুৱাই গুৰুতৰভাৱে আহত হোৱা জোনেজ ইমটিয়াজ হুছেইনক মৃত ঘোষণা কৰে চিকিৎসকে । গোলাঘাটৰ বেংগলী স্কুল পথত সংঘটিত হয় এই ঘটনা ।

গোলাঘাটত পথ দুৰ্ঘটনা : নিহত এজন

গোলাঘাট, ৮মে': গোলাঘাটৰ বেংগুলী স্কুল পথত স্কুটিৰ নিয়ন্ত্ৰণ হেৰুৱাই পৰি যায় জোনেজ ইমটিয়াজ হুছেইন নামৰ লোকজন। গুৰুতৰভাৱে আহত লোকজনক শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও মৃত ঘোষণা কৰে চিকিৎসকে। পুৱাতে পত্নীক মহাবিদ্যালয়ত থৈ ঘূৰি আহোতে সংঘটিত হয় দুৰ্ঘটনাটো ৷

গোলাঘাটত পথ দুৰ্ঘটনা : নিহত এজন

উল্লেখ্য যে, গোলাঘাট বাণিজ্য মহাবিদ্যালয়ৰ নাজিয়া চুলতান নামৰ এগৰাকী প্ৰবক্তাৰ সৈতে ন -পুৰ নিবাসী হুছেইনে দুমাহৰ পূৰ্বে বিবাহ পাশত আৱদ্ধ হৈছিল।

Golaghat 08.05.2019
slug : as_glt_ road accident one death_vis_7205572
as_glt_ road accident one death_byte_7205572
O.C. : গোলাঘাটত পথ দুৰ্ঘটনাত এজনৰ মৃত্যু। জোনেজ ইমটিয়াজ হুছেইন নামৰ এজন ব্যক্তিৰ মৃত্যু। নগৰৰ বেংগুলী স্কুল পথত নিজৰ স্কুটিখনৰে নিয়ন্ত্ৰণ হেৰুৱাই পৰি যোৱাত গুৰুতৰ ভাৱে আহত হৈছিল হুছেইন। গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত মৃত ঘোষণা চিকিৎসকৰ। দুমাহৰ পূৰ্বে বিবাহ পাশত আৱদ্ধ হৈছিল মৃত হুছেইন। হুছেইনৰ ঘৰ গোলাঘাটৰ ন পুৰত। বুধবাৰে পুৱাতে ঘৰৰ পৰা উলাই গৈছিল জোনেজ ইমতিয়াজ নামৰ যুৱকজন। গোলাঘাট নগৰ স্থিত ন পুৰৰ নিবাসী জোনেজে মাথো দুমাহৰ পূৰ্বে  বিবাহ পাশত আবদ্ধ হৈছিল গোলাঘাট বাণিজ্য মহাবিদ্যালয়ৰ নাজিয়া চুলতান নামৰ এগৰাকী প্ৰবক্তাৰ লগত। পুৱাতে নিজ পত্নীক মহাবিদ্যালয়ত থৈ আহোতেই গোলাঘাট বেঙ্গুলি স্কুল ৰোডত এগৰাকী 13 বছৰীয়া ছোৱালী ৰাস্তা পাৰ হব লওঁতেই সন্মুখৰ পৰা চলাই অহা স্কুতী চালক জোনেজে ছোৱালী গৰাকীক বচাবলৈ যাওঁতেই স্কুতীৰ নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষতে জোৰেৰে খুন্দা মাৰে। তাৰ পিচতেই ততাতৈয়াকৈ জোনেজক স্থানীয় লোকৰ সহযোগত শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হয় যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে জোনেজক।
Byte_1_প্ৰত্যক্ষ দৰ্শী।
গোলাঘাটৰ পৰা দিগন্ত চাহুৰ ৰিপ'ৰ্ট, Etv Bharat অসম।

Visual byte send by ftp.
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.