ETV Bharat / state

আবকাৰী বিভাগৰ বিৰুদ্ধে প্ৰতিবাদত উত্তাল গোলাঘাট

author img

By

Published : Feb 24, 2019, 10:15 PM IST

শতাধিক লোকৰ অকাল মৃত্যুৰ প্ৰতিবাদত ৰাজপথ দল-সংগঠন

গোলাঘাটত দল-সংগঠনৰ প্ৰতিবাদ

গোলাঘাট, ২৪ ফেব্ৰুৱাৰী : বিষাক্ত সুৰা সেৱন কৰি গোলাঘাট আৰু শতাধিক লোকে অকাল মৃত্যুক সাৱতি লোৱাৰ পাচতে প্ৰতিবাদত মুখৰ হ'ল গোলাঘাট ।চৰকাৰ তথা আবকাৰী বিভাগৰ অৰ্কমণ্যতাৰ বাবেই এনে ঘটনা সংঘটিত হোৱা বুলি মন্তব্য কৰি প্ৰতিবাদ সাব্যস্ত কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ লগতে বিভিন্ন দল সংগঠনে ।লগতে চুলাই মদৰ আৰু বিলাতী সুৰা বন্ধ কৰাৰো দাবী উত্থাপন কৰে প্ৰতিবাদকাৰীসকলে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.