ETV Bharat / state

হাতী-মানুহৰ সংঘাত নিশেষৰ বাবে নুমলীগড় বন কাৰ্যালয়ত ভাগৱত পাঠ

নুমলীগড়ত ব্যাপক হাৰত বৃদ্ধি পোৱা বন্য প্ৰাণী মানুহৰ সংঘাতে জ্বলাকলা খুৱাইছে সৰ্বসাধাৰণ গাঁওবাসীৰ লগতে বনকর্মী সকলকো। উপায়ন্তৰ হৈ অদৃশ্য জনৰ শৰণাপন্ন হৈছে এই সকল বনকর্মী ।

author img

By

Published : Aug 7, 2019, 6:50 PM IST

নুমলীগড় বন কাৰ্য্যালয়ত ভাগৱত পাঠ

গোলাঘাট, 7 আগষ্টঃ ভক্তি ৰসত বুৰ গৈছে এটা বন বিভাগৰ কাৰ্যালয়। বন্য প্ৰাণীৰ সুৰক্ষা,হাতী মানুহৰ সংঘাত নিঃশেষ হোৱাৰ আশাৰে ভাগৱত পাঠ কৰিছে গোলাঘাট নুমলীগড় খণ্ড বন কাৰ্যালয়ত । নুমলীগড়ত ব্যাপক হাৰত বৃদ্ধি পোৱা বন্য প্ৰাণী আৰু মানুহৰ সংঘাতে জ্বলাকলা খুৱাইছে সৰ্বসাধাৰণ গাঁওবাসীৰ লগতে বনকর্মী সকলকো। উপায়ন্তৰ হৈ অদৃশ্য জনৰ শৰণাপন্ন হৈছে এই সকল বনকর্মী। নুমলীগড় বন বিভাগৰ কাৰ্যালয়ত দুদিনীয়াকৈ আয়োজন কৰিছে অখণ্ড ভাগৱত পাঠ। কাৰ্যালয়ৰ চৌহদত বিভিন্ন ঠাইৰ ভকত বৈষ্ণৱক আমন্ত্ৰণ কৰি আনি আয়োজন কৰিছে মহাভাগৱত পাঠৰ। হাতী মানুহৰ সংঘাত,বন্য প্ৰাণীৰ সুৰক্ষাৰ বাবে ভাগৱত পাঠ কৰালে কৰ্মীসকলে।

Intro:গোলাঘাট নুমলীগড়ত ভক্তি ৰসত বুৰ গৈ আছে এটা বন কাৰ্য্যালয় ।। হাতী মানুহৰ সংঘাত, বন্য প্ৰাণীৰ সুৰক্ষা ৰ বাবে ভাগৱত পাঠ ।।
Body:ভক্তি ৰসত বুৰ গৈছে এটা বন বিভাগৰ কাৰ্য্যালয় ।। হাতী মানুহৰ সংঘাত, বন্য প্ৰাণীৰ সুৰক্ষা আদি কাৰণত কৰিলে ভাগৱত পাঠ গোলাঘাট নুমলীগড় খণ্ড বন কাৰ্য্যালয়ে । আন দিনৰ দৰে আজি কাৰ্যালয়টোত নাই নিজৰ পোচাকত বনৰক্ষী সকল । নাই কোনো ব্যস্ততা , নাই হাতত বন্দুক, বমা ফটকা । নুমলীগড় ত ব্যাপক হাৰত বৃদ্ধি পোৱা হাতী মানুহৰ সংঘাত , বন্য প্ৰাণী মানুহৰ সংঘাতে জ্বলাকল খুৱাইছে সৰ্বসাধাৰণ গাঁও বাসী সকলৰ লগতে বনকর্মী সকলকো । উপায়ন্তৰ বনকর্মী সকলো । যাৰ বাবে অদৃশ্য জনৰ শৰণাপন্ন হৈছে এই সকল বনকর্মী । দুদিনীয়াকৈ আয়োজন কৰিছে ভাগৱৰ্ত অখণ্ড পাঠৰ । কাৰ্য্যালয়ৰ চৌহদত বিভিন্ন ঠাইৰ শ শ ভকত বৈষ্ণৱ ক আমন্ত্ৰণ কৰি আনি আয়োজন কৰিছে মহা ভাগৱত পাঠৰ । ভক্তি ৰসত বুৰ গৈছে এটা বন বিভাগৰ কাৰ্য্যালয় ।। হাতী মানুহৰ সংঘাত, বন্য প্ৰাণীৰ সুৰক্ষা আদি কাৰণত কৰিলে ভাগৱত পাঠ । এই দৃশ্য নুমলীগড় খণ্ড বন কাৰ্য্যালয়ৰ । আন দিনৰ দৰে আজি কাৰ্যালয়টোত নাই নিজৰ পোচকত বনৰক্ষী সকল । নাই কোনো ব্যস্ততা , নাই হাতত বন্দুক, বমা ফটকা । নুমলীগড় ত ব্যাপক হাৰত বৃদ্ধি পোৱা হাতী মানুহৰ সংঘাত , বন্য প্ৰাণী মানুহৰ সংঘাতে জ্বলাকল খুৱাইছে সৰ্বসাধাৰণ গাঁও বাসী সকলৰ লগতে বনকর্মী সকলকো । উপায়ন্তৰ বনকর্মী সকলো । যাৰ বাবে অদৃশ্য জনৰ শৰণাপন্ন হৈছে এই সকল বনকর্মী । দুদিনীয়াকৈ আয়োজন কৰিছে ভাগৱৰ্ত অখণ্ড পাঠৰ । কাৰ্য্যালয়ৰ চৌহদত বিভিন্ন ঠাইৰ শ শ ভকত বৈষ্ণৱ ক আমন্ত্ৰণ কৰি আনি আয়োজন কৰিছে মহা ভাগৱত পাঠৰ ।Conclusion:Byte 1 ,2: বনকৰ্মী

গোলাঘাট পৰা চামিম আলি , etv Bharat, অসম
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.