ETV Bharat / state

গোলাঘাটৰ বিধায়ক মৃনাল শইকীয়াই বিলালে খাদ্য সামগ্ৰী - গোলাঘাটৰ বিধায়ক মৃনাল শইকীয়াই বিলালে খাদ্য সামগ্ৰী

দেশত লকডাউন চলি থকাৰ সময়তে ঘৰত আবদ্ধ হৈ পৰা পৰিয়ালৰ কাষত বিধায়ক মৃনাল শইকীয়া। প্ৰতিটো পৰিয়ালৰ বাবে প্ৰয়োজনীয় খাদ্য সামগ্ৰী গাড়ীত লৈ পদুলীয়ে পদুলীয়ে বিধায়ক গৰাকী।

GOLAGHAT MLA MRINAL SAIKIA DISTRIBUTED FOOD FOR VILLAGERS  ETV BHARAT NEWS
গোলাঘাটৰ বিধায়ক মৃনাল শইকীয়াই বিলালে খাদ্য সামগ্ৰী
author img

By

Published : Mar 31, 2020, 11:18 AM IST

Updated : Mar 31, 2020, 11:40 AM IST

গোলাঘাট, 31মাৰ্চঃ দেশত লকডাউন চলি থকাৰ সময়তে ঘৰত আবদ্ধ হৈ পৰা পৰিয়ালৰ কাষত বিধায়ক মৃনাল শইকীয়া। প্ৰতিটো পৰিয়ালৰ বাবে প্ৰয়োজনীয় খাদ্য সামগ্ৰী গাড়ীত লৈ পদুলীয়ে পদুলীয়ে উপস্থিত হৈ বিতৰণ কৰিলে বিধায়কগৰাকীয়ে। সমষ্টিটোৰ প্ৰতিটো পৰিয়ালক বিধায়ক মৃনাল শইকীয়াৰ আহ্বান কোনো কাৰণতেই বাহিৰলৈ নোলাব। কিবা অসুবিধা হলেই বিধায়কক জনাবলৈ আহ্বান।

ঘৰত আবদ্ধ হৈ পৰা পৰিয়ালৰ কাষত বিধায়ক মৃনাল শইকীয়া

মঙলবাৰে বিধায়ক গৰাকীয়ে সমষ্টিৰ নিজৰ গাঁৱখনৰ লগতে শালমৰাৰ ককা আইতা নামৰ বৃদ্ধা আশ্ৰম খনতো যোগান ধৰিলে খাদ্য সামগ্ৰী। চাউল,দাইল,মিঠাতেল,আলু,পিয়াঁজকে ধৰি বিভিন্ন পাচলিৰ যোগান ধৰিছে বৃদ্ধাশ্ৰম আৰু প্ৰতিটো ঘৰত। অহা সময়খিনিত সমষ্টিৰ লগতে গোলাঘাটৰ যিকোনো ঠাইৰ লোকৰ কোনো সমস্যাৰ বাবে বিধায়ক মৃনাল শইকীয়াই ৰাইজৰ কাষত উপস্থিত হ'ব বুলি জানিবলৈ দিয়ে।

GOLAGHAT MLA MRINAL SAIKIA DISTRIBUTED FOOD FOR VILLAGERS  ETV BHARAT NEWS
ঘৰত আবদ্ধ হৈ পৰা পৰিয়ালৰ কাষত বিধায়ক মৃনাল শইকীয়া
লগতে চাওকঃ জনশূন্য ৰাষ্ট্ৰীয় ঘাইপথ 37(A) কলীয়া ভোমোৰা দলং সংযোগী পথ

Last Updated : Mar 31, 2020, 11:40 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.