ETV Bharat / state

বেতন আদায়ৰ দাবীত খুমটাই বাগিচাত প্ৰতিবাদ - সামাজিক দুৰত্ব

খুমটাই চাহ বাগিচাত কৰ্মৰত উপ-কৰ্মচাৰীসকলে বেতন লাভ নকৰাত সাব্যস্ত কৰে প্ৰতিবাদ ৷ প্ৰতিবাদী কৰ্মচাৰীসকলে বাগিচা কৰ্তৃপক্ষক এপ্ৰিল মাহৰ সম্পূৰ্ণ বেতন প্ৰদানৰ দাবী জনায় । চৰকাৰী নিৰ্দেশক আওকাণ কৰি বাগিচা কৰ্তৃপক্ষই মইমতালি চলোৱাৰ অভিযোগ উত্থাপন কৰে প্ৰাপ্যৰ পৰা বঞ্চিত কৰ্মচাৰীসকলে ।

golaghat khumtai tea estate protest assam etv bharat news
প্ৰতিবাদ সাব্যস্ত
author img

By

Published : May 13, 2020, 7:03 PM IST

গোলাঘাট,13 মে’: গোলাঘাটৰ খুমটাই চাহ বাগিচাত বৃহস্পতিবাৰে সাব্যস্ত তীব্ৰ প্ৰতিবাদ । বাগিচাখনৰ অধীনৰ উপ-কৰ্মচাৰীসকলে বেতন লাভ নকৰাক কেন্দ্ৰ কৰি সাব্যস্ত কৰে প্ৰতিবাদ । সামাজিক দূৰত্ব বজাই ৰাখি বাগিচাখনৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত ধৰ্ণা দি কৰ্মচাৰীসকলে এই প্ৰতিবাদ সাব্যস্ত কৰে ৷ কৰ্মচাৰীসকলে বাগিচা কৰ্তৃপক্ষক এপ্ৰিল মাহৰ সম্পূৰ্ণ বেতন প্ৰদানৰ দাবী জনায় । চৰকাৰী নিৰ্দেশক আওকাণ কৰি বাগিচা কৰ্তৃপক্ষই মইমতালি চলোৱাৰ অভিযোগ উত্থাপন কৰে প্ৰাপ্যৰ পৰা বঞ্চিত কৰ্মচাৰীসকলে ।

প্ৰতিবাদ সাব্যস্ত

কিন্তু, লক্​ ডাউনৰ সময়ছোৱাত চৰকাৰে কোনো শ্ৰমিক,কৰ্মচাৰীক বেতন কৰ্তন অথবা কামৰ পৰা অব্যাহতি নিদিবলৈ আহ্বান জনাইছিল । কিন্তু বাগিচা কৰ্তৃপক্ষই আজি পৰ্যন্ত কৰ্মচাৰীসকলক মাহেকীয়া বেতন প্ৰদান নকৰিলে । তদুপৰি বেতন আদায়ৰ 13 দিন অতিক্ৰম কৰাৰ পিছত কৰ্মচাৰীসকলক 70 শতাংশ বেতন প্ৰদানৰ প্ৰস্তাৱ দিয়ে কৰ্তৃপক্ষই । উক্ত কাৰণতে বাগিচা কৰ্তৃপক্ষৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ বাধ্য হয় কৰ্মচাৰীসকল ৷

লগতে চাওকঃ যুদ্ধকালীন প্ৰস্তুতিৰে যাত্ৰীক আদৰিবলৈ সাজু বাণীপুৰ ৰে’ল ষ্টেচন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.