ETV Bharat / state

ধৰ্মগ্ৰন্থৰ নামতো বেপাৰ চলে অসমত

author img

By

Published : Nov 13, 2019, 4:34 PM IST

গোলাঘাটৰ ঐতিহ্যমণ্ডিত খনিকৰ পুথিক লৈ জালিয়াতি প্ৰদীপ বৰুৱা নামৰ ব্যক্তিজনৰ ৷ খনিকৰ পুথিক লৈ বেপাৰ চলাব বিচৰা এজনক আটক গোলাঘাটত ৷

প্ৰৱঞ্চক প্ৰদীপ বৰা

গোলাঘাট, 13 নৱেম্বৰ: অসমৰ জাতীয় সম্পদস্বৰূপ ঐতিহ্যমণ্ডিত খনিকৰ পুথি বিভিন্ন আধ্যাত্মিক আৰু প্ৰবাদ বিজড়িত অসমীয়া জাতিৰ স্বৰ্ণময় ইতিহাসৰ সাক্ষী আপুৰুগীয়া খনিকৰ পুথি ৷ যি পুথিৰ আছে বহু মাহাত্ম্য ৷ মানৰ অসম আক্ৰমণৰ সময়তে উদ্ধাৰ হোৱা পুথিখন যুগ যুগ ধৰি বৰ্তমানলৈও সংৰক্ষিত হৈ আছে গোলাঘাট জিলাৰ অন্তৰ্গত খনিকৰ গাঁৱত ৷

খনিকৰ পুথিক লৈ জালিয়াতি
ঐতিহ্যমণ্ডিত খনিকৰ পুথি

শংকৰ-মাধৱ বিৰচিত 'কীৰ্তন' আৰু 'নামঘোষা'ৰ সমষ্টি এই ঐতিহ্যমণ্ডিত খনিকৰ পুথিক লৈ বেপাৰ চলাব বিচৰা দুৰ্বৃত্ত এজন লোকক আটক কৰে গোলাঘাটত ৷ ধনৰ লোভত দীর্ঘদিনে গোলাঘাট জিলাৰ ভিন্ন প্ৰান্তত এই কালজয়ী ধৰ্মগ্ৰন্থখনৰ নামত ভুৱা পুথিৰে প্ৰদীপ বৰুৱা নামৰ ব্যক্তিজনে জালিয়াতিৰে ধন ঘটি আহিছিল ৷

আধ্যাত্মিক আৱেগক আঘাতৰ চেষ্টা
প্ৰৱঞ্চক প্ৰদীপ বৰুৱা

নকল খনিকৰ পুথিৰে ৰাইজৰ আধ্যাত্মিক আৱেগক আঘাত হনাৰ সমগ্ৰ ঘটনা ধৰা পৰাত নুমলীগড়ৰ কাষৰীয়া মুৰফুলনী অঞ্চলৰ ৰাইজে আটক কৰে প্ৰৱঞ্চক প্ৰদীপ বৰুৱাক ৷ আটকাধীন লোকজনক উত্তম মধ্যম শোধাই ভুৱা পুথিসহ গতাই দিয়ে বগীজান আৰক্ষীৰ হাতত ৷ সমগ্ৰ ঘটনাক কেন্দ্ৰ কৰি নুমলীগড়ত বিৰাজ কৰিছে তীব্ৰ চাঞ্চল্যৰ ৷

প্ৰৱঞ্চক প্ৰদীপ বৰুৱাক আটক

লগতে পঢ়ক: তেজপুৰত আৰক্ষীৰ জালত AIUDF ৰ প্ৰৱঞ্চক নেতা

Intro:ধৰ্ম গ্ৰন্থৰ নামত বেপাৰ । ভূৱা খনিকৰ পুথি লৈ ৰাইজক ঠগন দি গোলাঘাটত হাতেলুটে আটক এজন । উত্তম মধ্যম দি গতালে আৰক্ষীক । Body:গোলাঘাটত ভূৱা খনিকৰ পুথি সহ এজন আটক । দীর্ঘদিনে গোলাঘাট জিলাৰ বিভিন্ন অঞ্চলত প্ৰদীপ বৰা নামৰ এজন ব্যক্তিয়ে ধনৰ লোভত মহাপুৰুষ শ্ৰীমন্ত শংকৰ দেৱ আৰু মাধৱদেৱৰ কালৰ জয়াল ধৰ্মগ্ৰন্থ খনিকৰপুথিৰ নামটো কৰিছে জালিয়াটি কৰি ঘটি আহিছিল ধন । নকল খনিকৰ পুথিৰে ৰাইজৰ আধ্যাত্মিক আৱেগক কৰিছিল আঘাত । অৱশেষত সমগ্ৰ ঘটনা ধৰা পৰাত নুমলীগড়ৰ কাষৰীয়া মুৰফুলনী অঞ্চলত ৰাইজে আটক কৰিলে প্ৰবঞ্চক প্ৰদীপ বৰুৱাক। আটক কৰি উত্তম মধ্যম দি ৰাইজে ভূৱা পুথি সহ গতাই দিয়ে বগীজান থানা আৰক্ষীক । প্ৰদীপ বৰুৱাক আৰক্ষীয়ে জিম্মাত লৈ অব্যাহত ৰাখিছে তদন্ত ।সমগ্ৰ ঘটনাক কেন্দ্ৰ কৰি এতিয়া নুমলীগড়ত চাঞ্চল্য বিৰাজ কৰিছে।Conclusion:Byte 1 : প্ৰতক্ষ্যদৰ্শী
গোলাঘাট পৰা চামিম আলি etv Bharat , অসম
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.