ETV Bharat / state

গোলাঘাটৰ শালমীৰাত মৌৰ গুণগুণনি... - মৌ পালন

বৈজ্ঞানিক পদ্ধতিৰে মৌ পালনৰে স্বাৱলম্বী হোৱা গোলাঘাট শালমীৰা বাইপাচৰ কেইজন মান লোকৰ কথাৰে চাওক এই প্ৰতিবেদন....

গোলাঘাটৰ শালমীৰাত মৌৰ গুণগুণনি...
গোলাঘাটৰ শালমীৰাত মৌৰ গুণগুণনি...
author img

By

Published : Jan 11, 2020, 3:18 PM IST

Updated : Jan 11, 2020, 3:27 PM IST

গোলাঘাট, 11 জানুৱাৰীঃ গোলাঘাটত জিলাৰ শালমীৰাত মৌ পালনেৰে স্বাৱলম্বী কেইজনমান যুৱক l চাকৰিৰ আশাত বহি নাথাকি মৌ পালনেৰে ধন উপাৰ্জন কৰি উৎকৃষ্ট নিদৰ্শন দেখুৱাইছে যুৱক কেইজনে ধনশিৰিৰ বানে জুৰুলা কৰা এটা অঞ্চল । প্ৰতি বছৰেই বানে ধোঁৱাই নিয়ে গোলাঘাট জিলাৰ শালমীৰা বাইপাচৰ অঞ্চলটো । এই অঞ্চলটোতেই কেইজন মান শিক্ষিত যুৱকে মৌ পালন কৰা আৰম্ভ কৰিছিল কিছুবছৰ পূৰ্বে । জীৱন মহন্ত,মান্না জগদীশ চন্দ্ৰ হাজৰিকা,নিপেন বৰা,দিপ্তী ৰাণী দেৱী,জুন মণি শইকীয়া,সুনীল দুৱৰা,দনি পল গামা হাজৰিকা আৰু বিপুল শইকীয়া নামৰ শিক্ষিত যুৱক কেইজনে গোলাঘাট কৃষি বিভাগৰ পৰা আৰু যোৰহাট কৃষি বিভাগৰ পৰা প্ৰদান কৰা ৫০ টা মৌ বাকচৰে আৰম্ভ কৰা মৌ পাম খনে আজি পূৰ্ণতা লাভ কৰিছে ৷ ক্ৰমান্বয়ে উৎপাদন কৰিবলৈ আৰম্ভ কাৰ মৌ পালন পাম খনৰ কাষতে লোক কেইজনে কৰিছে সৰিয়হৰ খেতি ৷

GOLAGHAT HONEY BEE FARM ASSAM NEWS
মৌ পালনৰে স্বাৱলম্বী হোৱা গোলাঘাট শালমীৰা বাইপাচৰ কেইজন মান লোক

গোলাঘাট আৰু যোৰহাট কৃষি বিজ্ঞান কেন্দ্ৰৰ সহায়ত উদ্যমী যুৱককেইজনে মানৱ সেৱা বহুমুখী উন্নয়ন সমিতি নামৰ এটা NGO গঠন কৰি মৌ পালনৰ লগতে কৰিছে বিভিন্ন খেতি বাতি । বৰ্তমানলৈকে ৬০০ টকা কেজিত প্ৰতি কুইন্টল মৌ বিক্ৰী কৰিছে । এই মৌৰ উৎপাদন আৰু অধিক হোৱাৰ আশা কৰিছে তেওঁলোকে ৷

গোলাঘটত শালমীৰাত মৌৰ গুণগুণনি...

লগতে চাওকঃআগন্তুক বড়ো সাহিত্য সভাৰ ৫৯ সংখ্যক অধিৱেশনৰ প্ৰস্তুতি তুংগত

Intro:গোলাঘাটত জিলা শালমীৰাত মৌ পালনেৰে স্বাৱলম্বী কেইজনমান যুৱক l চাকৰি আশাত বহি নাথাকি মৌ পালনেৰে উপাৰ্জন কৰি উৎকৃষ্ট নিদৰ্শন দেখুৱাইছে যুৱক কেইজনে ।

গোলাঘাটৰ ধনশিৰিৰ বানে জুৰুলা কৰা এটা অঞ্চল । প্ৰতি বছৰেই বানে ধোঁৱাই নিয়ে গোলাঘাট জিলাৰ শালমীৰা বাইপাচৰ এই অঞ্চলটো । এই অঞ্চলটোতেই কেইজন মান শিক্ষিত যুৱকে মৌ পালনৰে দাঙি ধৰিছে স্বাৱলম্বীতাৰ এক নিদৰ্শন । যুৱক কেইজনৰ ভিতৰত জীবন মহন্ত,মান্না জগদীশ চন্দ্ৰ হাজৰিকা,নিপেন বৰা,দিপ্তী ৰাণী দেবী,জুন মণি শইকীয়া,সুনীল দুৱৰা,দনি পল গামা হাজৰিকা আৰু বিপুল শইকীয়া l শিক্ষিত যুৱক কেইজনে চৰকাৰী চাকৰিলৈ আশা নকৰি গোলাঘাট কৃষি বিভাগৰ পৰা আৰু যোৰহাট কৃষি বিভাগৰ পৰা প্ৰদান কৰা ৫০ টা মৌ বাকচ লৈ মৌ পালন কৰিছে l মৌৰ সুবিধা বাবেই কাষতে কৰিছে বহু বিঘা সৰিয়হ খেতি কৰিছে l গোলাঘাট আৰু যোৰহাট কৃষি বিজ্ঞান কেন্দ্ৰৰ সহায়ত উদ্যমী যুৱক কেইজনে মানৱ সেৱা বহুমুখী উন্নয়ন সমিতি নামৰ এক NGO গঠন কৰি মৌ পালনৰ লগতে কৰিছে বিভিন্ন খেতি । বৰ্তমানলৈকে ৬০০ টকা কেজিত এক কুইন্টল মৌ বিক্ৰী কৰিছে । আৰু এই মৌৰ উৎপাদন আঠ কুইন্টল হোৱাৰ আশা কৰিছে । দৈনিক বিভিন্ন স্থানলৈ ৰপ্তানী কৰে এই বিশুদ্ধ মৌ lBody:Byte 1: গামা হাজৰিকা
Byte 2: জগদীশচন্দ্ৰ হাজৰিকাConclusion:গোলাঘাট পৰা চামিম আলি ,etv Bharat , অসম
Last Updated : Jan 11, 2020, 3:27 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.