ETV Bharat / state

শীঘ্ৰেই আলফা (স্বা) ৰ সৈতে আলোচনাৰ সম্ভাৱনা চৰকাৰৰঃ হিমন্ত বিশ্ব শৰ্মা - শীঘ্ৰেই আলফা (স্বা) ৰ সৈতে আলোচনাৰ সম্ভাৱনা চৰকাৰৰঃ হিমন্ত বিশ্ব শৰ্মা

আজি বোকাখাতত অনুষ্ঠিত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৮৯ সংখ্যক অধিৱেশনত উপস্থিত থাকে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাস ৷ সভাত মন্ত্ৰী গৰাকীয়ে আছুক তীব্ৰ সমালোচনা কৰাৰ লগতে শীঘ্ৰেই আলফা আৰু চৰকাৰৰ মাজত হ'ব পাৰে শান্তিৰ আলোচনা হ'ব বুলি জানিবলৈ দিয়ে ৷

হিমন্ত বিশ্ব শৰ্মা
হিমন্ত বিশ্ব শৰ্মা
author img

By

Published : Feb 8, 2020, 12:12 AM IST

বোকাখাত, 7 ফেব্ৰুৱাৰীঃ শুকুৰবাৰে ৮৯ সংখ্যক শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বোকাখাট অধিৱেশনৰ মুকলি সভাত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে উপস্থিত থাকে, বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাস ৷ সভাত মন্ত্ৰী গৰাকীয়ে নিজ ভাষণযোগে আছুক তীব্ৰ সমালোচনা কৰে ৷

আছুক তীব্ৰ সমালোচনা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

উল্লেখ্য যে, সভাৰ শেষত সাংবাদিকৰে হোৱা বাৰ্তালাপত তেওঁ অতি শীঘ্ৰেই আলফা (স্বা) আৰু চৰকাৰৰ মাজত শান্তি আলোচনা হ'ব পাৰে বুলি উল্লেখ কৰে ৷

শীঘ্ৰেই আলফা (স্বা) ৰ সৈতে আলোচনাৰ সম্ভাৱনা চৰকাৰৰঃ হিমন্ত বিশ্ব শৰ্মা

লগতে পঢ়ক ঃ আলফা(স্বা)ক শান্তিৰ মেজলৈ আমন্ত্ৰণ হিমন্ত বিশ্ব শৰ্মাৰ

Intro:শীঘ্ৰে আলফা আৰু চৰকাৰৰ মাজত হ'ব পাৰে শান্তিৰ আলোচনা। মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ সৈতে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আলোচনা। মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ে আছুৰ উপদেষ্টা সমুজ্জল ভট্টাচাৰ্যক আহ্বান শ্ৰীমন্ত শংকৰদেৱ সংঘ ৰাইজৰ ভৰিৰ তলত বুলি কোৱা আছুৰ নেতাজনক সংঘৰ ওচৰত ক্ষমা বিচাৰক।Body:৮৯ সংখ্যক শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বোকাখাট অধিৱেশনৰ আজি তৃতীয় দিন। তৃতীয় দিনা অনুষ্ঠিত হোৱা মুকলি সভাত উপস্থিত থাকে অসমৰ বিত্ত, শিক্ষা তথা স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। হিমন্ত বিশ্ব শৰ্মাৰ লগতে বিশিষ্ট অতিথি ৰূপে উপস্থিত থাকে বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাস। হিমন্ত বিশ্ব শৰ্মাই ভাষণত আছুক তীব্ৰ সমালোচনা কৰি কয় শংকৰদেৱ সংঘলৈ কোন আহিব লাগে, কোন আহিব নেলাগে সেই বিতৰ্ক এৰাই চলক। হিমন্তৰ আহ‌বান "সমূজ্জল দা আমি ৰাজনীতি কৰিম ধৰ্মও কৰিম। শংকৰদেৱ সংঘক বিতৰ্কৰ মাজলৈ নানিব। শংকৰদেৱক আমি শিৰত লৈ সেৱা কৰো ভৰি তলত নহয়। যিগৰাকীয়ে শ্ৰীমন্ত শংকৰদেৱ সংঘ ভৰিৰ তলৰ বুলি কৈছে তেওঁক ক্ষমা বিচৰাই বিতৰ্ক শেষ কৰক শংকৰদেৱ সংঘই। অধিৱেশনলৈ সকলো আহিব লাগে কোনো ৰাজনীতি হব নেলাগে। আনহাতে মুকলি সভাৰ পিছত সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত কয় কোকৰাঝাৰত শুক্ৰবাৰে হোৱা নৰেন্দ্ৰ মোদীৰ বৃহৎ অনুষ্ঠানত আলফাৰ প্ৰসঙ্গতো নৰেন্দ্ৰ মোদীৰ সৈতে আলোচনাত মিলিত হয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাৰ। খুব সোনকালে আলফাৰ লগত এক আলোচনাত মিলিত হ'ব পাৰে চৰকাৰে। কিয়নো উত্তৰ পূৰ্বাঞ্চলৰ উন্নয়নৰ প্ৰতি লক্ষ্য ৰখা হৈছে। এই সম্পৰ্কত নৰেন্দ্ৰ মোদীয়ে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাক ভাৰতৰ গৃহ মন্ত্ৰী অমিত সাহৰ লগত গভীৰ ভাৱে আলোচনা কৰিবলৈ নিৰ্দেশ দিছে বুলি জানিবলৈ দিয়ে। কেন্দ্ৰ চৰকাৰৰ নিৰ্দেশ অহাৰ লগে লগে আলফাৰ লগত এক ঐতিহাসিক আলোচনাত মিলিত হ'ব পাৰিব ৰাজ্য চৰকাৰে।Conclusion:Byte 1: হিমন্ত বিশ্ব শৰ্মা।
গোলাঘাটৰ পৰা দিগন্ত চাহুৰ পৰা ৰিপ'ৰ্ট, Etv.

বি; দ্ৰ মজত বাইট গৈই আছে।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.