ETV Bharat / state

সৃষ্টি টি ফেক্টৰী'ত ওলাল গ্ৰেণেডৰ খোলা

গোলাঘাট জিলাৰ ৰঙাজানৰ সঞ্জীৱ গ্ৰুপৰ 'সৃষ্টি টি ফেক্টৰী'ত এটা গ্ৰেণেডৰ খোলা উদ্ধাৰ হয় ৷ গ্ৰেণেডৰ খোলা উদ্ধাৰ হোৱাৰ পাছতেই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি হয় ৷

সৃষ্টি টি ফেক্টৰী'ত ওলাল গ্ৰেণেডৰ খোলা
author img

By

Published : Aug 4, 2019, 6:41 PM IST

গোলাঘাট,4আগষ্ট : গোলাঘাটত চাঞ্চল্যকৰ ঘটনা ৷ জিলাখনৰ ৰঙাজানৰ সঞ্জীৱ গ্ৰুপৰ 'সৃষ্টি টি ফেক্টৰী'ত এটা গ্ৰেণেডৰ খোলা উদ্ধাৰ হয় ৷ গ্ৰেনেডটোৰ লগতে পৰি আছিল গ্ৰেনেডৰ লিভাৰ আৰু পিন ৷ স্থানীয় লোকে গ্ৰেণেডটো প্ৰত্যক্ষ কৰাৰ লগে-লগে খবৰ দিয়ে গোলাঘাট আৰক্ষীক ৷ গোলাঘাট আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ গ্ৰেনেডৰ খোলা আৰু সামগ্ৰীসমুহ উদ্ধাৰ কৰে ৷ আৰক্ষীয়ে ঘটনা সন্দৰ্ভত আৰম্ভ কৰিছে তদন্ত ৷

Intro:- গোলাঘাট জিলাৰ ৰঙাজানৰ সঞ্জীৱ গ্ৰুপৰ সৃষ্টি টি ফেক্টৰীত এটা গ্ৰেণেড খোলা উদ্ধাৰ । গ্ৰেনেডটোৰ লগতে পৰি আছিল গ্ৰেনেডৰ লিভাৰ আৰু পিন । দুস্কৃতিকাৰীয়ে চাহ ফেক্টৰীটোলৈ গ্ৰেণেডৰ খোলা কিয় নিক্ষেপ কৰিলে সেইয়া ৰহস্যৰ আৱৰ্তত । কিন্তু গ্ৰেণেডটো বহু পুৰণি আৰু মামৰে ধৰা আৰু গ্ৰেনেডটোৰ ভিতৰত নাছিল কোনো খাৰ বাৰুদ । গোলাঘাট আৰক্ষীয়ে ঘটনাস্থলী পৰা গ্ৰেনেডৰ খোলা আৰু সামগ্ৰী সমুহ উদ্ধাৰ কৰে । চাহ ফেক্টৰীটোৰ গৰাকীৰ নাম হ'ল সঞ্জীৱ গগৈ । আৰক্ষীৰ অনুসন্ধান আৰম্ভ । কোনে , কেনেকৈ ফেক্টৰীটোৰ মালিকৰ বাংলোৰ পিছফালে গ্ৰেনেডটো দলিয়ালে তাৰ অনুসন্ধান অব্যাহত ৰাখিছে আৰক্ষীয়ে । বাংলোৰ পিছফালে এদৰা ঘাঁহনিত পৰি আছিল গ্ৰেনেডৰ খোলাটো ।
Body:Byte 1 -- কৰ্মচাৰী ( সঞ্জীৱ টি)Conclusion:গোলাঘাট পৰা চামিম আলি , etv Bharat , অসম
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.