ETV Bharat / state

গোলাঘাটত বিহু মাৰি পোৱা ধনেৰে শিক্ষাদান দুখীয়া ছাত্ৰ-ছাত্ৰীক

author img

By

Published : May 15, 2019, 12:41 PM IST

গোলাঘাট মুৰফুলনী অঞ্চলৰ যুৱক আৰু বয়োজ্যেষ্ঠসকলে একত্ৰিত হৈ মুৰফুলনী আৰু ফুলবাৰীত গৃহস্থৰ ঘৰে ঘৰে গৈ হুঁচৰি মাৰি পোৱা ধনেৰে দুখীয়া ছাত্ৰ ছাত্ৰীক টিউচন দিয়াৰ এক সিদ্ধান্ত গ্ৰহণ কৰে ৷

গোলাঘাটত বিহু মাৰি পোৱা ধনেৰে শিক্ষাদান দুখীয়া ছাত্ৰ-ছাত্ৰীক

গোলাঘাট,১৫মে' : গোলাঘাট জিলাৰ মুৰফুলনী গাঁৱৰ ৰাইজৰ এক ব্যতিক্ৰমী প্ৰয়াস। গোলাঘাট মুৰফুলনী অঞ্চলৰ যুৱক আৰু বয়োজ্যেষঠসকলে একত্ৰিত হৈ মুৰফুলনী আৰু ফুলবাৰীত গৃহস্থৰ ঘৰে ঘৰে গৈ হুঁচৰি মাৰি পোৱা ধনেৰে দুখীয়া ছাত্ৰ ছাত্ৰীক ঘৰুৱা শিক্ষা তথা টিউচন দিয়াৰ এক সিদ্ধান্ত গ্ৰহণ কৰে ।

গোলাঘাটত বিহু মাৰি পোৱা ধনেৰে শিক্ষাদান দুখীয়া ছাত্ৰ-ছাত্ৰীক

দুখীয়া ছাত্ৰ-ছাত্ৰীক শিক্ষিত কৰি তোলাৰ উদ্দেশ্যেৰে অংক, বিজ্ঞান, ইংৰাজী বিষয়ত টিউচন প্ৰদান কৰা হ'ব ।

Intro:গোলাঘাট এখন গাঁৱৰ ৰাইজৰ এক ব্যতিক্ৰমী প্ৰয়াস । বিহু হুঁচৰি মাৰি সংগ্ৰহ কৰা অৰ্থ ই দুখীয়া ছাত্র ছাত্ৰীক বিনামূলীয়া টিউচন দি শিক্ষাৰে শিক্ষিত কৰি তোলা প্ৰয়াস গাওঁবাসীৰ । গোলাঘাট মুৰফুলনী গাঁওবাসীয়ে গ্ৰহণ কৰে এই ব্যতিক্ৰমী প্ৰয়াস । গোলাঘাট মুৰফুলনীৰ যুৱক আৰু বয়োজেষ্ঠ সকল একত্ৰিত হৈ মুৰফুলনী আৰু ফুলবাৰীত গৃহস্থৰ ঘৰে ঘৰে গৈ হুঁচৰি মাৰি আৰ্শীবাদ লৈ অৰ্থ সংগ্ৰহ কৰি দুখীয়া ছাত্ৰ ছাত্ৰীক টিউচন দিয়াৰ এক সিদ্ধান্ত গ্ৰহণ কৰে । দুখীয়া ছাত্ৰ ছাত্ৰীক শিক্ষাৰে শিক্ষিত কৰি তোলাৰ উদ্দেশ্যেৰে অংক, বিজ্ঞান, ইংৰাজী বিষয়ত টিউচন প্ৰদান কৰে । মুৰফুলনী বাসী ৰাইজৰ এনে সুন্দৰ তথা অগতানুগতিক সিদ্ধান্তক সকলোৱে শলাগ লয় ।Body:byte 1 : আয়োজক Conclusion:গোলাঘাট পৰা চামিম আলি , etv Bharat,অসম
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.