ETV Bharat / state

গোলাঘাটত জিলা কংগ্ৰেছৰ অস্তিত্ব ৰক্ষাৰ জনজাগৰণ - গোলাঘাটত জিলা কংগ্ৰেছৰ কা প্ৰতিবাদ বাতৰি

খুমটাইৰ বিধায়ক মৃণাল শইকীয়াই কৰা প্ৰৰোচনামূলক বক্তব্যৰ পিছতো আৰক্ষীয়ে তেখেতক গ্ৰেপ্তাৰ কৰাৰ ক্ষেত্ৰত ৰহস্যজনক স্থিতি গ্ৰহণ কৰিছে বুলি ব্যক্ত কৰে প্ৰতিবাদকাৰী সকলে ৷ বিধায়কগৰাকীক অতিশীঘ্ৰে গ্ৰেপ্তাৰৰ দ্বী উত্থাপন কৰে প্ৰতিবাদকৰীসকলে ৷

Golaghat Congress protest against CAA
গোলাঘাটত জিলা কংগ্ৰেছৰ অস্তিত্ব ৰক্ষাৰ জনজাগৰণ
author img

By

Published : Dec 29, 2019, 6:18 PM IST

গোলাঘাট, 29 ডিচেম্বৰঃ নাগৰিকত্ব সংশোধনী আইন 2019 বাতিলৰ দাবীত গোলাঘাটত জিলা কংগ্ৰেছৰ অস্তিত্ব ৰক্ষাৰ জনজাগৰণ ৷ চৰকাৰ বিৰোধী বিভিন্ন শ্লোগানেৰে গোলাঘাট সমন্বয় ক্ষেত্ৰত প্ৰতিবাদ সাব্যস্ত কৰে সহস্ৰাধিক লোকে ৷ উক্ত কাৰ্যসূচীত অংশগ্ৰহণ কৰে সাংসদ গৌৰৱ গগৈ, সৰুক্ষেত্ৰীৰ বিধায়ক জাকিৰ হুছেইন শিকদাৰ, ৰকিবুল হুছেইন, গোলাঘাটৰ বিধায়িকা অজন্তা নেওগ, প্ৰাক্তন মন্ত্ৰী বিস্মিতা গগৈ প্ৰমুখ্যে প্ৰদেশ কংগ্ৰেছৰ বিষয়ববীয়াসকলে ৷ প্ৰতিবাদকাৰীসকলে গোলাঘাট সমন্বয় ক্ষেত্ৰৰ পৰা এক পদযাত্ৰাৰে গোলাঘাট নগৰৰ মাজমজিয়া পৰিভ্ৰমণ কৰে ৷

গোলাঘাটত জিলা কংগ্ৰেছৰ অস্তিত্ব ৰক্ষাৰ জনজাগৰণ

আনহাতে,খুমটাইৰ বিধায়ক মৃণাল শইকীয়াই কৰা প্ৰৰোচনামূলক বক্তব্যৰ পিছতো আৰক্ষীয়ে তেখেতক গ্ৰেপ্তাৰ কৰাৰ ক্ষেত্ৰত ৰহস্যজনক স্থিতি গ্ৰহণ কৰিছে বুলি ব্যক্ত কৰে প্ৰতিবাদকাৰী সকলে ৷ প্ৰতিবাদস্থলীৰ পৰাই বিধায়কগৰাকীক অতিশীঘ্ৰে গ্ৰেপ্তাৰৰ দাবী উত্থাপন কৰে প্ৰতিবাদকৰীসকলে ৷

আৰু পঢ়ক- CAA সমৰ্থন কৰাৰ বাবেই বিধায়কক দলৰ পৰা বহিস্কাৰ কৰিলে মায়াৱতীয়ে

Intro:নাগৰিকত্ব সংশোধনী আইন ২০১৯ বাতিলৰ দাবীত গোলাঘাট জিলা কংগ্ৰেছৰ অস্তিত্ব ৰক্ষাৰ জনজাগৰণ l নৰেন্দ্ৰ মোদী মুৰ্দাবাদ,বি জে পি চৰকাৰ হায় হায়,সৰ্বানন্দ সোণোৱাল লাজ নাই আজি বিভিন্ন শ্ল গান লিখিত হাতত প্লে কাৰ্ড লৈ লৈ গোলাঘাট সমন্বয় ক্ষেত্ৰত সহস্ৰাধিক লোকৰ উপস্থিতিত বৃহৎ প্ৰতিবাদ সাব্যস্ত কৰে l উক্ত প্ৰতিবাদত অংশগ্ৰহণ কৰে সাংসদ গৌৰব গগৈ,সৰুক্ষেত্ৰীৰ বিধায়ক জাকিৰ হুচেইন,ৰকিবুল হুচেইন, গোলাঘাটৰ বিধায়িকা অজন্তা নেওগ,প্ৰাক্তন মন্ত্ৰী বিস্মিতা গগৈকে প্ৰমুখ্য কৰি প্ৰদেশ কংগ্ৰেছৰ বিষয় ববিয়া সকল l গোলাঘাট সমন্বয় ক্ষেত্ৰৰ পৰা এক পদ যাত্ৰাৰে গোলাঘাট নগৰ মাজ মজিয়াত পৰিভ্ৰমণ কৰে l সকলোৰে মুখে মুখে মাত্ৰ এটায়ে শ্ল গান l নাগৰিকত্ব সংশোধনী আইন বাতিল কৰিবই লাগিব l বি জে পি চৰকাৰ হায় হায়,সৰ্বানন্দ সোণোৱাল গ বেক,নৰেন্দ্ৰ মোডী লাজ নাই আদি বিভিন্ন শ্ল গানেৰে উত্তাল কৰে প্ৰতিবাদ স্থলী l আনফালে খুমতাটাই বিধায়ক মৃণাল শইকীয়াই কৰা পৰোচনা মুলক বক্তব্য প্ৰদান কৰাৰ পিচতো এই পৰ্য্যন্ত আৰক্ষীয়ে গ্ৰেপ্তাৰ নকৰাক আৰক্ষীয়ে ৰহস্য জনক স্থিতি গ্ৰহণ কৰিছে বুলি মন্তব্য কৰে,আৰু প্ৰতিবাদ স্থলীৰ পৰাই অতি শীঘ্ৰে মৃণাল শইকীয়াক গ্ৰেপ্তাৰ কৰিবলৈ দাবী জনায়Body:Byte 1: গৌৰৱ গগৈ, অজন্তা নেওগ,ৰিপুন বৰা ,ৰকিবুল হুছেইনConclusion:গোলাঘাট পৰা চামিম আলি ,etv Bharat ,অসম
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.