গোলাঘাট, 5 আগষ্টঃ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অমৰ সৃষ্টি ভাওনাক অসমীয়া সমাজত অধিক সজীৱ কৰি ৰখা উদ্দেশ্যে গোলাঘাট জিলাৰ এক নং বৰটিং নাওশলীয়া হৰি মন্দিৰত অনুষ্ঠিত হোৱা এমহীয়া ভাওনা কৰ্মশালাৰ সফল সামৰণি পৰে ৷ স্থানীয় এটা সাংস্কৃতিক গোষ্ঠী আৰু গাঁৱৰ ৰাইজৰ প্ৰচেষ্টাত অনুষ্ঠিত হোৱা এই কৰ্মশালাৰ জৰিয়তে কণমানি শিশুৰ সকলক শৰীৰৰ অংগ সঞ্চালনা,পদ চালনা,শৰীৰৰ নানা ভংগীমাৰ শিক্ষা প্ৰদান দিয়াৰ লগতে একো একোজন শিশুক অভিনেতা অভিনেত্ৰী হিচাপে গঢ়ি তোলাৰ বাবে চেষ্টা কৰা হয় ৷
শিশু ভাওনা কৰ্মশালাৰ সফল সামৰণি - কৰ্মশালা
মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অমৰ সৃষ্টি ভাওনাক অসমীয়া সমাজত অধিক সজীৱ কৰি ৰখা উদ্দেশ্যে গোলাঘাটৰ এক নং বৰটিং নাওশলীয়া হৰি মন্দিৰত অনুষ্ঠিত হোৱা এমাহীয়া শিশু ভাওনা কৰ্মশালাৰ সফল সামৰণি

শিশু ভাওনা কৰ্মশালাৰ সফল সামৰণি
গোলাঘাট, 5 আগষ্টঃ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অমৰ সৃষ্টি ভাওনাক অসমীয়া সমাজত অধিক সজীৱ কৰি ৰখা উদ্দেশ্যে গোলাঘাট জিলাৰ এক নং বৰটিং নাওশলীয়া হৰি মন্দিৰত অনুষ্ঠিত হোৱা এমহীয়া ভাওনা কৰ্মশালাৰ সফল সামৰণি পৰে ৷ স্থানীয় এটা সাংস্কৃতিক গোষ্ঠী আৰু গাঁৱৰ ৰাইজৰ প্ৰচেষ্টাত অনুষ্ঠিত হোৱা এই কৰ্মশালাৰ জৰিয়তে কণমানি শিশুৰ সকলক শৰীৰৰ অংগ সঞ্চালনা,পদ চালনা,শৰীৰৰ নানা ভংগীমাৰ শিক্ষা প্ৰদান দিয়াৰ লগতে একো একোজন শিশুক অভিনেতা অভিনেত্ৰী হিচাপে গঢ়ি তোলাৰ বাবে চেষ্টা কৰা হয় ৷
শিশু ভাওনা কৰ্মশালাৰ সফল সামৰণি
শিশু ভাওনা কৰ্মশালাৰ সফল সামৰণি
Intro:মহাপুৰুষ দুজনাৰ অমৰ সৃষ্টি ভাওনাক অসমীয়া সমাজত অধিক সজীৱ কৰি ৰাখিবলৈ গোলাঘাটৰ শতাধিক কণমানিৰ মাহযোৰা সংগ্ৰাম । যত একোজন কণমানি শিশুৰ শৰীৰৰ প্ৰতি অংগ সঞ্চালনা হোৱাৰ লগতে সাজু কৰি তুলিছে একোজন শিশু অভিনেতা অভিনেত্ৰী হিচাপে । মহাপুৰুষ দুজনাৰ মহান সৃষ্টিৰাজী ধৰি ৰখাৰ এই সংগ্ৰাম চলিছে গোলাঘাট জিলাৰ এক নং বৰটিং নাওশলীয়া হৰি মন্দিৰত । স্থানীয় এটা সাংস্কৃতিক গোষ্ঠী আৰু গাওঁৰ ৰাইজৰ প্ৰচেষ্টাত বিগত এমাহ ধৰি চলা ভাওনাৰ কৰ্মশালাৰ সফল সামৰণি পৰাৰ সময়ত সম্পূৰ্ণ ভাওনাৰ বাবে সাজু হৈ উঠিল এই সকল কণমানি । ভাওনাৰ কৰ্মশালাৰ জৰিয়তে একোটি কণমানিক সুস্বাস্থ্যৰ গৰাকী কৰি তোলাৰ প্ৰয়াস কৰাৰ লগতে তেওঁলোকৰ কণ্ঠ , অংগ চালনা , পদ চালনা , শৰীৰৰ নানা ভংগীমাৰ শিক্ষা প্ৰদান কৰা হয় ।Body:Byte 1 : কৰ্মশালা আয়োজক
Byte 2 : প্ৰশিক্ষক Conclusion:গোলাঘাট পৰা চামিম আলি , etv Bharat , অসম
Byte 2 : প্ৰশিক্ষক Conclusion:গোলাঘাট পৰা চামিম আলি , etv Bharat , অসম