গোলাঘাট, 25 জুনঃ উচ্চতৰ মাধ্যমিক চূড়ান্ত শিক্ষাবৰ্ষৰ ফলাফল ঘোষণা ৷ কলা শাখাত সপ্তম স্থান দখল কৰি সুখ্যাতিৰে উত্তীৰ্ণ হৈছে গোলাঘাটৰ অমিতেশ নাথ ৷ গোলাঘাট চান্দমাৰীৰ বাসিন্দা অমিতেশ নাথে অধ্যয়ন কৰিছিল গোলাঘাট জাতীয় মহাবিদ্যালয়ত। অমিতেশ নাথৰ পিতৃ আচাৰ্য নাথ ৰে'ল বিভাগৰ অভিযন্তা,মাতৃ অৰূপা নাথ এগৰাকী শিক্ষয়িত্ৰী।
মেধাৱী ছাত্ৰ গৰাকীয়ে জনোৱা মতে তেওঁ গীটাৰ বজোৱাৰ লগতে সংগীত চৰ্চা কৰি ভাল পায় ৷
![golaghat-amitesh-nath-got-7th-position](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-glt-803-25june-7thpositioninarts-vis-byte-7205572_25062020083707_2506f_00143_912.jpg)