ETV Bharat / state

গোলাঘাট জিলাৰ বৰফলং চাহ বাগিছাত সাব্যস্ত প্ৰতিবাদ

author img

By

Published : Mar 5, 2020, 10:29 AM IST

পাঁচটাকৈ ভিন্ন দাবীৰে অসমৰ প্ৰতিখন চাহ বাগিছাতে আজি পুনৰ কৰ্মচাৰী সকলে অব্যাহত ৰাখিছে প্ৰতিবাদ ৷ আটছাৰ শাওতলী শাখাৰ উদ্যোগত সকলো শ্ৰমিক ৰাইজে আজি বৰফলং চাহ বাগিছাতো অব্যাহত সাব্যস্ত কৰে প্ৰতিবাদ ৷

বৰফলং চাহ বাগিছা
বৰফলং চাহ বাগিছা

গোলঘাট, 5 মাৰ্চঃ আটছাৰ শাওতলী শাখাৰ উদ্যোগত সকলো শ্ৰমিক ৰাইজে গোলাঘাট জিলাৰ বৰফলং চাহ বাগিছাৰ সন্মুখত সাব্যস্ত কৰে দুঘন্টীয়া অৱস্থান ধৰ্মঘট ৷ পাঁচটাকৈ ভিন্ন দাবীৰে অসমৰ প্ৰতিখন চাহ বাগিছাতে আজি পুনৰ চাহ বাগিছাৰ কৰ্মচাৰী সকলে অব্যাহত ৰাখিছে প্ৰতিবাদ ৷ দৈনিক মজুৰি ৪০০ টকা কৰা, দেওবাৰেও মজুৰি প্ৰদান কৰা, কৰ্মচাৰীৰ ভৱিষ্যৎ নিধিৰ ধন জমা কৰা, বাগিছাৰ শিক্ষিত যুৱক-যুৱতীক নিযুক্তি প্ৰদান, বাগিছাৰ মাটি বেচা-কিনা কৰা আদি বিভিন্ন দাবীৰে এই প্ৰতিবাদ সাব্যস্ত কৰে শ্ৰমিকসকলে ৷

গোলাঘাট জিলাৰ বৰফলং চাহ বাগিছাত প্ৰতিবাদ

লগতে পঢ়কঃ দৰঙৰ বানেইকুছি মজলীয়া বিদ্যালয়ত সৃষ্টি উত্তপ্ত পৰিস্থিতি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.