ETV Bharat / state

গোলাঘাটত আছুৰ আদৰণীয় পদক্ষেপ : দুখীয়া পৰিয়ালক খাদ্য সামগ্ৰী বিতৰণ - গোলাঘাটত আছুৰ আদৰণীয় পদক্ষেপ

বহিঃ ৰাজ্যৰ পৰা আহি ঘৰত পৰিয়ালৰ সৈতে হোম কোৱাৰেন্টাইনত থকা পৰিয়ালক খাদ্য সামগ্ৰী যোগান আছুৰ ৷

Golaghat AASU helped home quarantined people
গোলাঘাটত আছুৰ আদৰণীয় পদক্ষেপ
author img

By

Published : May 30, 2020, 11:04 AM IST

গোলাঘাট, 30মে : গোলাঘাট জিলাৰ নুমলীগড় চাহ বাগিচাত বহিঃৰাজ্যৰ পৰা আহি ঘৰত পৰিয়ালৰ সৈতে হোম কোৱাৰেন্টাইনত আছে বহুলোক । যাৰ বাবে খাদ্য সংকটত পৰিছে এইসকল লোকৰ পৰিয়াল ৷

গোলাঘাটত আছুৰ আদৰণীয় পদক্ষেপ

ইপিনে নুমলীগড়ত আছুৱে তেওঁলোকৰ খবৰ লোৱাৰ লগতে এই দৰিদ্ৰ পৰিয়াল সমূহক যোগান ধৰিছে খাদ্য সামগ্ৰী । আছুৰ একাংশ বিষয়ববীয়াই সামাজিক দূৰত্ব মানি তথা সকলো সাৱধানতা অৱলম্বন কৰি কিছু খাদ্য সামগ্ৰী যোগান ধৰাৰ লগতে চৰকাৰৰ সকলো নীতি নিয়ম মানি চলিবলৈ অনুৰোধ জনায় ৷

লগতে পঢ়কঃ কৰ'ণা আতংকঃ মৰাণত ৰাইজে নিৰ্মাণ কৰিছে কোৱাৰেণ্টাইন কেন্দ্ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.