ETV Bharat / state

জলহা জাতীয় পৰিষদ বিজেপিৰ এজেণ্টঃ আমছু - গোলাঘাটত আমছুৰ সংবাদ মেল

উক্ত সংবাদ মেলত আমছু অসমীয়া জাতীয় জীৱনৰ এটা গুৰুত্বপূৰ্ণ জাতীয় সংগঠন বুলি অভিহিত কৰে সংগঠনটোৰ বিষয়ববীয়া সকলে। ইয়াৰোপৰি জলহা জাতীয় পৰিষদৰ চৰকাৰৰে থকা গোপন ব্যৱসায় বন্ধ হ'ব বুলি আমছুৰ বিৰুদ্ধে কেতবোৰ অভিযোগ উত্থাপন কৰা বুলি মন্তব্য কৰে আমছুৰ বিষয় ববীয়াসকলে ।

আমছু
আমছু
author img

By

Published : Sep 24, 2020, 7:35 PM IST

গোলাঘাট, 24 ছেপ্টেম্বৰঃ "সদৌ অসম গৰীয়া-মৰীয়া, দেশী আৰু জলহা জাতীয় পৰিষদৰ বিষয়-ববীয়াৰ বিজেপিৰ লগত গোপন বুজাবুজি আছে"- এই মন্তব্য গোলাঘাটৰ আমছু নেতৃত্বৰ। সদৌ অসম গৰীয়া-মৰীয়া, দেশী আৰু জলহা জাতীয় পৰিষদে আমছুৰ বিৰুদ্ধে অনা বিস্ফোৰক অভিযোগৰ পিছতেই বৃহস্পতিবাৰে এখন সংবাদমেল আয়োজন কৰি উক্ত সংগঠনটো সন্দৰ্ভত এই মন্তব্য় কৰে গোলাঘাট আমছু নেতৃত্বই ৷

লগতে পঢ়কঃ বৰপেটাত আধাৰ কাৰ্ড প্ৰস্তুতৰ নামত হাৰাশাস্তিৰ অভিযোগ

উক্ত সংবাদ মেলত আমছু অসমীয়া জাতীয় জীৱনৰ এটা গুৰুত্বপূৰ্ণ জাতীয় সংগঠন বুলি অভিহিত কৰে সংগঠনটোৰ বিষয়ববীয়া সকলে। ইয়াৰোপৰি জলহা জাতীয় পৰিষদৰ চৰকাৰৰে থকা গোপন ব্যৱসায় বন্ধ হ'ব বুলি আমছুৰ বিৰুদ্ধে কেতবোৰ অভিযোগ উত্থাপন কৰা বুলি মন্তব্য কৰে আমছুৰ বিষয় ববীয়াসকলে। গোলাঘাটত আমছুৰ বিৰুদ্ধে অভিযোগ অনা প্ৰতিজনেই বিজেপিৰ একোজনকৈ এজেণ্ট বুলিও মন্তব্য কৰে সংবাদ মেলত ।

উল্লেখ্য যে, এই সকলোবোৰ মমিনুল আৱালৰ নেতৃত্বত চলি থকা বুলিও অভিযোগ কৰে আমছু নেতৃত্বই । ইয়াৰোপৰি আমছুৰ বিৰুদ্ধে অনা বিস্ফোৰক অভিযোগৰ সত্যতা এসপ্তাহৰ ভিতৰত প্ৰমাণ কৰিবলৈ আহ্বান জনাই আমছুৱে ৷ অন্যথা আমছুৱে আইনৰ কাষ চাপিব বুলিও সংবাদ মেলত সদৰি কৰে সংগঠনটোৱে।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.