ETV Bharat / state

শ্বহীদলৈ বিধায়ক মৃণাল শইকীয়াৰ শ্ৰদ্ধাঞ্জলি

author img

By

Published : Feb 15, 2019, 9:44 PM IST

ইছলামিক সন্ত্ৰাসবাদীৰ প্ৰতি দৰদ দেখুওৱাসকলক সকীয়নি প্ৰদান

কাশ্মীৰত নিহত শ্বহীদ সেনালৈ শ্ৰদ্ধাঞ্জলি বিধায়ক মৃনাল শইকীয়াৰ

গোলাঘাট, ১৫ ফেব্ৰুৱাৰীঃ জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদীৰ আক্ৰমণত প্ৰাণ হেৰুওৱা চি আৰ পি এফৰ বীৰ শ্বহীদ জোৱানসকলৈ শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰে খুমটাইৰ বিধায়ক মৃনাল শইকীয়াই।

কাশ্মীৰত নিহত শ্বহীদ সেনালৈ শ্ৰদ্ধাঞ্জলি বিধায়ক মৃনাল শইকীয়াৰ
জম্মু কাশ্মীৰৰ এই ঘটনাক দুৰ্ভাগ্যজনক আৰু দুখজনক বুলি আখ্যা দিয়ে বিধায়ক জনে। ইয়াৰ লগতে ভাৰতত থাকি ইছলামিক সন্ত্ৰাসবাদীৰ প্ৰতি দৰদ দেখুওৱা সকলকো সকীয়নি প্ৰদান কৰে বিধায়ক শইকীয়াই।
undefined

Intro:জম্মু কাশ্মীৰত সন্ত্ৰাসবাদীৰ আক্ৰমণত শ্বহীদ হোৱা চিআৰপি এফৰ জোৱানক শ্ৰদ্ধাঞ্জলি জ্ঞাপন খুমটাইৰ বিধায়ক মৃনাল শইকীয়াৰ। পুনৰ এনে ঘটনা নহবৰ বাবে ও আশাবাদী। ইছলামীক সন্ত্ৰাসবাদীৰ লগত প্ৰীতি দৰদ থকা এচামক সাৱধানে আগবাঢ়িবলৈ আহ্বান।

Body:জম্মু কাশ্মীৰৰ ঘটনাক দুৰ্ভাগ্যজনক দুখজনক বুলি মন্তব্য বিধায়ক মৃনাল শইকীয়াৰ। ভাৰতত এচামে সন্ত্ৰাসবাদীৰ প্ৰতি দৰদ দেখুওৱাই, সেইসকলক সাৱধানে আগবাঢ়িলৈ জনাই। ইছলামিক সন্ত্ৰাসবাদী সকলৰ প্ৰতি এটা দলৰ সদায়ে সমবেদনা থাকে। শ্বহীদ হোৱা সকল দেশবাসীৰ সুৰক্ষা দিবলৈ গৈ ইছলামিক সন্ত্ৰাসবাদীৰ হাতত বলি হবলগীয়া হয়। গতিকে সকলোকে সাৱধানে আগবাঢ়িলৈ আহ্বান জনায় বিধায়ক মৃনাল শইকীয়াই।

Conclusion:Byte 1: মৃনাল শইকীয়া।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.