ETV Bharat / state

একেদিনাই ৬৮০ টা আধাৰশিলা স্থাপনেৰে অভিলেখ গঢ়াৰ প্ৰয়াস মৃণাল শইকীয়াৰ

author img

By

Published : Aug 6, 2019, 2:59 PM IST

খুমটাই সমষ্টিৰ অন্তৰ্গত পশ্চিম ব্ৰহ্মপুত্ৰ গাওঁ পঞ্চায়তত প্ৰধানমন্ত্ৰী আৱাস যোজনা (গ্ৰামীণ)ৰ অধীনত নিৰ্মিত পকীগৃহৰ আধাৰশিলা স্থাপনত ব্যস্ত বিধায়ক মৃণাল শইকীয়া

৬৮০ টা ঘৰৰ আধাৰশিলা স্থাপন কৰি অভিলেখ গঢ়াৰ প্ৰয়াস বিধায়ক মৃণাল শইকীয়াৰ

খুমটাই,6 আগষ্টঃ খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়াৰ অন্য এক অভিলেখ । একেদিনাই ৬৮০ টা ঘৰৰ আধাৰশিলা স্থাপন কৰি অভিলেখ গঢ়াৰ লক্ষ্যৰে মঙলবাৰে পুৱাৰে পৰা ব্যস্ত হৈ পৰিল বিধায়কগৰাকী । খুমটাই বিধান সভা সমষ্টিৰ অন্তৰ্গত পশ্চিম ব্ৰহ্মপুত্ৰ অঞ্চলৰ বিভিন্ন স্থানত দৰিদ্ৰ পৰিয়ালৰ গৃহত পুৱাই উপস্থিত হৈ প্ৰধানমন্ত্ৰীৰ আৱাসগৃহৰ আধাৰশিলা স্থাপন কৰিলে বিধায়কগৰাকীয়ে ।

৬৮০ টা ঘৰৰ আধাৰশিলা স্থাপন কৰি অভিলেখ গঢ়াৰ প্ৰয়াস বিধায়ক মৃণাল শইকীয়াৰ

প্ৰধানমন্ত্ৰী আৱাসগৃহ যোজনাৰ অধীনত মুঠ ১ লাখ ৪৮ হেজাৰ টকাৰে নিৰ্মাণ হ'বলগীয়া ঘৰসমূহৰ নিৰ্মাণত কোনো মধ্যভোগী নাথাকিব বুলি জনাই বিধায়ক গৰাকীয়ে। পূৰ্বতে এনে গৃহ নিৰ্মাণৰ কামত বহুলক্ষ টকাৰ দুৰ্নীতি হোৱাৰ কথা প্ৰকাশ কৰে বিধায়কগৰাকীয়ে । এই আঁচনিৰ দ্বাৰা ভাৰতবৰ্ষৰ কোনো ঠাইতে দৰিদ্ৰ পৰিয়ালৰ কেঁচা ঘৰ নাথাকিব বুলিও উল্লেখ কৰে বিধায়ক মৃণাল শইকীয়াই৷

Intro:আজি খুমটাইৰ সমষ্টিৰ অন্তৰ্গত উত্তৰ উন্নয়ন খণ্ডৰ অধিনৰ পশ্চিম ব্ৰহ্মপুত্ৰ গাওঁ পঞ্চায়তত প্ৰধানমন্ত্ৰী আৱাস যোজনা (গ্ৰামীণ)ৰ গৃহ আধাৰশিলাত ব্যস্ত বিধায়ক মৃনাল শইকীয়া।Body:খুমটাই সমষ্টিৰ বিধায়ক মৃনাল শইকীয়াৰ অন্য এক অভিলেখ।বিধায়ক গৰাকীয়ে একেদিনাই ৬৮০টা ঘৰৰ আধাৰশিলা স্থাপন কৰি অভিলেখ গঢ়াৰ লক্ষ্য। সেই উদ্দেশ্যেই মঙ্গল বাৰে পুৱাৰে পৰা ব্যস্ত হৈ পৰিল বিধায়ক জন।খুমটাই বিধান সভা সমষ্টিৰ অন্তৰ্গত উত্তৰ উন্নয়ন খণ্ডৰ অধিনৰ পশ্বিম ব্ৰহ্মপুত্ৰ অঞ্চলৰ বিভিন্ন স্থানত হিতাধিকাৰীকাৰী সকলৰ দৰিদ্ৰ পৰিয়ালৰ গৃহে গৃহে পুৱাই উপষ্ঠিত হৈ আৰম্ভ কৰিলে প্ৰধানমন্ত্ৰী আৱাসগৃহৰ আধাৰশিলা।প্ৰধানমন্ত্ৰী আৱাসগৃহৰ যোজনাৰ অধীনত নিৰ্মাণ হব এই ঘৰসমূহ। মুঠ ১লাখ৪৮হেজাৰ টকাৰে নিৰ্মাণ হবলগীয়া ঘৰসমূহৰ নিৰ্মাণত নেথাকিব কোনো মধ্যভূগি বা দালাল এই বুলি জনাইছে বিধায়ক গৰাকীয়ে। পূৰ্বতে এনে গৃহ নিৰ্মাণৰ কামত বহুলক্ষ্য টকা দূৰণীতি হোৱাৰ কথা অৱগত কৰে। বৰ্তমানে গৃহ নিৰ্মাণৰ বাবে পতক্ষ্য ভাবে হিতাধিকাৰী য়ে বেংক একাউন্টৰ জৰিয়তে লাভ কৰিব সম্পূৰ্ণ ধন। বিধায়ক গৰাকীয়ে লগতে জানিবলৈ দিয়ে যে ২০২৪চনৰ ভিতৰত সকলো দৰিদ্ৰ পৰিয়ালে লাভকৰিব এই গৃহ। এই আচনীৰদ্বাৰা ভাৰতবৰ্ষৰ কোনো ঠাইতে দৰিদ্ৰ পৰিয়ালত নাথাকিব কেচা ঘৰ। এই দৰিদ্ৰ পৰিয়াল সমূহে ইয়াৰ উপৰিও লাভ কৰিব ইন্ধন, বিদুৎ সেৱা, আৰু অনাময় আচনী।Conclusion:Byte-. 1/বিধায়ক মৃনাল শইকীয়া।

খুমটাইৰ পৰা দিপক হাজৰিকা।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.