গোলাঘাট,23 জুলাই : বানে বিধ্বস্ত কৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতিকাষৰীয়া গ্ৰামাঞ্চলৰ বানপীড়িত সকললৈ সহায়ৰ হাত আগবঢ়াইছে শিল্পী সমাজে ৷ প্ৰিয়বন্ধু নামৰ বেচৰকাৰী সংগঠনৰ তৰফৰ পৰা কাজিৰঙাৰ জাপৰী পথাৰৰ বানাক্ৰান্ত লোকৰ মাজত সাহায্য সামগ্ৰী বিতৰণ কৰিলে ভৃগু কাশ্যপ, ৰাকেশ ৰিয়ান, মণ্টুমণি আৰু লগতে একাংশ জনপ্ৰিয় শিল্পীয়ে ৷ লগতে প্ৰিয় বন্ধুৰ যোগেদি শিল্পী কেইজনে সমগ্ৰ অসমৰ শিল্পী সমাজক বানপীড়িত লোকক সহায় কৰিবলৈ আহ্বান জনালে ৷
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতিকাষৰীয়া অঞ্চললৈ বান সাহায্য বিতৰণ শিল্পী সমাজৰ - ভৃগু কাশ্যপ, ৰাকেশ ৰিয়ান, মণ্টুমণি
বেচৰকাৰী সংগঠন প্ৰিয় বন্ধুৰ তৰফৰ পৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতিকাষৰীয়া অঞ্চলৰ বানাক্ৰান্ত লোকলৈ সাহায্য সামগ্ৰী বিতৰণ ভৃগু কাশ্যপ, ৰাকেশ ৰিয়ান, মণ্টুমণি আৰু লগতে একাংশ জনপ্ৰিয় শিল্পীৰ ৷
![কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতিকাষৰীয়া অঞ্চললৈ বান সাহায্য বিতৰণ শিল্পী সমাজৰ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-3922681-thumbnail-3x2-flood-relief1.jpg?imwidth=3840)
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতিকাষৰীয়া অঞ্চললৈ বান সাহাৰ্য বিতৰণ শিল্পী সমাজৰ
গোলাঘাট,23 জুলাই : বানে বিধ্বস্ত কৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতিকাষৰীয়া গ্ৰামাঞ্চলৰ বানপীড়িত সকললৈ সহায়ৰ হাত আগবঢ়াইছে শিল্পী সমাজে ৷ প্ৰিয়বন্ধু নামৰ বেচৰকাৰী সংগঠনৰ তৰফৰ পৰা কাজিৰঙাৰ জাপৰী পথাৰৰ বানাক্ৰান্ত লোকৰ মাজত সাহায্য সামগ্ৰী বিতৰণ কৰিলে ভৃগু কাশ্যপ, ৰাকেশ ৰিয়ান, মণ্টুমণি আৰু লগতে একাংশ জনপ্ৰিয় শিল্পীয়ে ৷ লগতে প্ৰিয় বন্ধুৰ যোগেদি শিল্পী কেইজনে সমগ্ৰ অসমৰ শিল্পী সমাজক বানপীড়িত লোকক সহায় কৰিবলৈ আহ্বান জনালে ৷
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতিকাষৰীয়া অঞ্চললৈ বান সাহাৰ্য বিতৰণ শিল্পী সমাজৰ
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতিকাষৰীয়া অঞ্চললৈ বান সাহাৰ্য বিতৰণ শিল্পী সমাজৰ
Intro:Body:প্ৰলয়ংকৰী বানে বিধ্বস্ত কৰি পেলোৱা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ লগতে দাঁতিকাষৰীয়া গ্ৰামাঞ্চলৰ বানাক্ৰান্ত সকললৈ সহায়ৰ হাত শিল্পী সমাজৰ৷ প্ৰিয়বন্ধু নামৰ শিল্পী সংগঠনৰ যোগেদি কাজিৰঙাৰ জাপৰী পথাৰৰ বানাক্ৰান্ত লোকৰ মাজত সাহাৰ্য সামগ্ৰী বিতৰণ কৰিলে ভৃগু কাশ্যপ, ৰাকেশ ৰিয়ান, মণ্টুমণি আৰু একাংশ জনপ্ৰিয় শিল্পীয়ে৷ প্ৰিয়বন্ধুৰ যোগেদি অসমৰ শিল্পী সমাজক তেওঁলোকে আহ্বান জনালে যে অসমৰ থলুৱা জনসাধাৰণৰ এই সংকটৰ সময়ত সকলোৱে সহায়ৰ হাত আগবঢ়াৱক৷ আৰ্তজনৰ কাষত থিয় হৈ অসমৰ এই জটিল সমস্যাৰ সময়ত অকনমান হ’লেও সহায় কৰক।Conclusion:Byte 1: মন্টুমণি।
Byte 2: ভৃগু কাশ্যপ।
Byte 3: ৰাকেশ ৰিয়াধ।
গোলাঘাটৰ পৰা দিগন্ত চাহুৰ ৰিপ'ৰ্ট, Etv Bharat অসম।
Byte 2: ভৃগু কাশ্যপ।
Byte 3: ৰাকেশ ৰিয়াধ।
গোলাঘাটৰ পৰা দিগন্ত চাহুৰ ৰিপ'ৰ্ট, Etv Bharat অসম।