ETV Bharat / state

মেধাৱী তথা ক্ৰীড়াতো পাৰদৰ্শী শিক্ষাৰ্থীক সম্বৰ্ধনা - গোলাঘাট জিলা ক্ৰীড়া সন্থা

গোলাঘাট জিলা ক্ৰীড়া সন্থাই হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত কৃতিত্ব অৰ্জন কৰা খেলুৱৈ সকলক সম্বৰ্ধনা জ্ঞাপন কৰে । ক্ৰীড়া জগততো সুন্দৰ প্ৰদৰ্শন দেখুওৱা মুঠ 33 গৰাকী ছাত্ৰ-ছাত্ৰীক এই সভাত সম্বৰ্ধনা জ্ঞাপন কৰা হয় ।

গোলাঘাট জিলা ক্ৰীড়া সন্থাৰ সম্বৰ্ধনা
author img

By

Published : Jun 12, 2019, 8:49 PM IST

গোলাঘাট, ১২ জুন : হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত কৃতিত্ব অৰ্জনকাৰী খেলুৱৈ সকলক সম্বৰ্ধনা জ্ঞাপন কৰে গোলাঘাট জিলা ক্ৰীড়া সন্থাই । গোলাঘাট জিলা ক্ৰীড়া সন্থাৰ খেলপথাৰত এই সম্বৰ্ধনা সভাৰ আয়োজন কৰা হয় । ক্ৰীড়া জগততো সুন্দৰ প্ৰদৰ্শন দেখুওৱা মুঠ 33 গৰাকী ছাত্ৰ ছাত্ৰীক এই সভাত সম্বৰ্ধনা জ্ঞাপন কৰা হয় । ৫ - ৬ টাকৈ বিষয়ত লেটাৰ মাৰ্কসহ সুখ্যাতিৰে উত্তীৰ্ণ হোৱা এই ছাত্ৰ ছাত্ৰী সকলক লৈ ক্ৰীড়া সংগঠক সকল যথেষ্ট গৌৰৱান্বিত বুলিও মন্তব্য কৰে ।

গোলাঘাট জিলা ক্ৰীড়া সন্থাৰ সম্বৰ্ধনা

এই কৃতি ছাত্ৰ ছাত্ৰী সকলেই পঢ়া - শুনাত উন্নত প্ৰদৰ্শন কৰাৰ লগতে খেল জগতলৈও অৰিহনা যোগাব বুলি আশা কৰে ক্ৰীড়া সংগঠক সকলে ।

ETV BHARAT ASSAM

Intro:গোলাঘাট জিলা ক্ৰীড়া সন্থা অন্তৰ্গত হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাত কৃতিত্ব অৰ্জন কৰি ভাল ফলাফল দেখুওৱা খেলুৱৈ সকলক সম্বৰ্ধনা জনোৱা হয় । এই উপলক্ষে গোলাঘাট জিলা ক্ৰীড়া সন্থাৰ খেলপথাৰত সম্বৰ্ধনা সভা আয়োজন কৰা হয় । সভা খনত এইবাৰ উচ্চমাধ্যমিক শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উৰ্ত্তীণ হোৱা মুঠ 33 গৰাকী ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা জনোৱা হয়। কৃতী ছাত্ৰ ছাত্ৰী আৰু খেলুৱৈ সকলৰ ভবিষ্যত গঢ়াৰ উদ্দেশ্যেই ক্ৰীড়াৰ লগতে খেলজগত খনতো ভৱিষ্যত গঢ় দিব পাৰে তাৰ বাবে এই প্ৰচেষ্টা লোৱা হয় । খেলুৱৈ সকলে ভাল ফলাফল দেখুৱাই 5 , 4 বিষয়ত লেটাৰ মাৰ্ক পাবলৈ সক্ষম হয় সাধাৰণতে খেলপথাৰত খেলিলে পঢ়া শুনা বেয়া হয় বুলি কোৱা হয় যদিও খেলুৱৈ সকলে এনেধৰনৰ ফলাফলে ক্ৰীড়া সংগঠক সকল গৌৰাম্বীত কৰি তোলে । এই কৃতি ছাত্ৰ ছাত্ৰী সকলে খেলজগত খন ভৱিষ্যতে আগুৱাই লৈ যোৱাৰ কামনা কৰে আয়োজকে ।Body:Byte 1 : সম্পাদক ( গোলাঘাট জিলা ক্ৰীড়া সন্থা)Conclusion:গোলাঘাট সমষ্টিৰ পৰা চামিম আলগ , etv Bharat, অসম

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.