ETV Bharat / state

শ্ৰীকৃষ্ণক ষাঁড় গৰুৰ লগত তুলনা প্ৰাক্তন উপাধ্যক্ষৰ ! - ষাঁড় গৰু

গোলাঘাট জিলাৰ দেৰগাঁও কমল দুৱৰা মহাবিদ্যালয়ৰ অবসৰপ্ৰাপ্ত উপাধ্যক্ষ যুগল নাথৰ বিৰুদ্ধে বিশ্ব হিন্দু পৰিষদ গোলাঘাট জিলা আৰু দেৰগাঁৱৰ একাংশ সচেতন ৰাইজে দেৰগাঁও থানাত ৰুজু কৰিছে গোচৰ ৷ ভগৱান শ্ৰীকৃষ্ণক ষাঁড় গৰুৰ লগত তুলনা কৰি ফেচবুকত বিকৃত প'ষ্ট প্ৰদান কৰাৰ অভিযোগত গোচৰ ৰুজু কৰিছে সংগঠনটোয়ে ।

শ্ৰীকৃষ্ণক ষাঁড় গৰুৰ লগত তুলনা প্ৰাক্তন উপাধ্যক্ষৰ
author img

By

Published : Nov 16, 2019, 12:17 PM IST

দেৰগাঁও, ১৬ নৱেম্বৰঃ ছ'চিয়েল মিডিয়াত ভগৱান শ্ৰীকৃষ্ণক ষাঁড় গৰুৰে তুলনা এজন প্ৰাক্তন উপাধ্যক্ষৰ ৷ ভগৱান শ্ৰীকৃষ্ণক ছ'চিয়েল মিডিয়াত ষাঁড় গৰুৰে সৈতে তুলনা কৰি বিপদত পৰিল যুগল নাথ । দেৰগাঁও থানাত বিশ্বহিন্দু পৰিষদে গোচৰ ৰুজু কৰিলে প্ৰাক্তন উপাধ্যক্ষৰ বিৰুদ্ধে ।

উল্লেখ্য যে, গোলাঘাট জিলাৰ দেৰগাঁও কমল দুৱৰা মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ যুগল নাথৰ বিৰুদ্ধে বিশ্ব হিন্দু পৰিষদ গোলাঘাট জিলা আৰু দেৰগাঁৱৰ একাংশ সচেতন ৰাইজে দেৰগাঁও থানাত ৰুজু কৰিছে গোচৰ ৷ ভগৱান শ্ৰীকৃষ্ণক ষাঁড় গৰুৰ লগত তুলনা কৰি ফেচবুকত বিকৃত প'ষ্ট প্ৰদান কৰাৰ অভিযোগত গোচৰ ৰুজু কৰিছে সংগঠনটোয়ে । বিশ্বহিন্দু পৰিষদ গোলাঘাট জিলা সমিতিৰ সম্পাদক অভিজিৎ বৰাই কয় যে, ধৰ্মীয় অনুভূতিত আঘাত হানি ছ'চিয়েল মিডিয়াত অপপ্ৰচাৰ চলোৱাৰ বাবেই উপাধ্যক্ষ গৰাকীৰ বিৰুদ্ধে গোচৰ নম্বৰ- 808/19 u/s-153 ITC ,67 IT গোচৰ তৰা হয় ।

শ্ৰীকৃষ্ণক ষাঁড় গৰুৰ লগত তুলনা প্ৰাক্তন উপাধ্যক্ষৰ

কোনো কাৰণতে হিন্দু ধৰ্মৰ উপাস্য দেৱ-দেৱীক লৈ তুচ্ছ তাচিল্য মন্তব্য সহ্য নকৰে বুলি সংগঠনটোৰ সম্পাদক অভিজিৎ বৰাই এক বিবৃতি যোগে স্পষ্ট কৰি দিয়ে । লগতে গোলাঘাট জিলা আৰক্ষী আৰু প্ৰশাসনক শীঘ্ৰে ব্যৱস্থা গ্ৰহনৰ বাবে দাবী উত্থাপন কৰে । আনহাতে, দেৰগাঁও আৰক্ষীয়ে অধিক তথ্যৰ বাবে তদন্ত আৰম্ভ কৰিছে বুলি জানিব পৰা গৈছে । এই বিতৰ্কিত প'ষ্টটোক কেন্দ্ৰ কৰি দেৰগাঁৱত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।

Intro:চছিয়েল মেডিয়াত ভগৱান শ্ৰী কৃষ্ণক ষাৰ গৰুৰে তুলনা এজন প্ৰাক্তন উপাধ্যক্ষৰ Body:ভগৱান শ্ৰী কৃষ্ণক ছচিয়েল মেডিয়াত ষাড় গৰুৰে সৈতে তুলনা কৰি বিপদত পৰিল যুগল নাথ ।দেৰগাঁও থানাত বিশ্বহিন্দু পৰিষদৰ গোচৰ ৰুজু ।

দেৰগাঁও ১৬ নৱেম্বৰ ---------- --- গোলাঘাট জিলাৰ দেৰগাঁও কমল দুৱৰা মহাবিদ্যালয়ৰ অবসৰপ্ৰাপ্ত উপাধ্যক্ষ যুগল নাথৰ বিৰুদ্ধে বিশ্ব হিন্দু পৰিষদ গোলাঘাট জিলা আৰু দেৰগাঁৱৰ একাংশ সচেতন ৰাইজে দেৰগাঁও থানাত ৰুজু কৰিচে গোচৰ ৷ ভগৱান শ্ৰীকৃষ্ণক ষাঁড় গৰুৰ লগত তুলনা কৰি ফেচবুকত বিকৃত পোষ্ট প্ৰদান কৰাৰ অভিযোগত গোচৰ ৰুজু কৰিছে সংগঠনটোয়ে ।বিশ্বহিন্দু পৰিষদ গোলাঘাট জিলা সমিতিৰ সম্পাদক অভিজিৎ বৰাই কয় যে ধৰ্মীয় অনুভূতিত আঘাত হানি চছিয়েল মেডিয়াত অপপ্ৰচাৰ চলোৱাৰ বাবে এইজন ভণ্ড শিক্ষকৰ বিৰূদ্বে Case no- 808/19 u/s-153 ITC ,67IT act তৰা হৈছে গোছৰ ।কোনো কাৰনতে হিন্দু ধৰ্মৰ উপাস্য দেৱ দেৱীক লৈ তুচ্চ তাচিল্য মন্তব্য সহ্য নকৰে বুলি সংগঠনটোৰ সম্পাদক অভিজিৎ বৰাই স্পষ্ট কৰি এক বিবৃতি যোগে জানিবলৈ দিয়ে ।লগতে গোলাঘাট জিলা আৰক্ষী আৰু প্ৰশাসনক অতি শীঘ্ৰে ব্যৱস্থা গ্ৰহনৰ বাবে দাবী উত্থাপন কৰে ।বাতৰি লিখা পৰ্যন্ত দেৰগাঁও আৰক্ষীয়ে অধিক তথ্যৰ বাবে তদন্ত আৰম্ভ কৰিছে বুলি জানিব পৰা গৈছে ।এই বিতৰ্কীত পোষ্ট টোক লৈ দেৰগাঁৱত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।Conclusion:উচিত শাস্তী প্ৰদানৰ দাবী জনাইছে স্থানীয় ৰাইজে
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.