ETV Bharat / state

গোলাঘাটৰ নুমলীগড়ত বন্যহস্তীৰ তাণ্ডৱ - নুমলীগড়

গোলাঘাটৰ নুমলীগড়ত অব্যাহত আছে হাতী-মানুহৰ সংঘাত । নিশা নুমলীগড় পংকা চাৰিআলি অঞ্চলত 20-30 জনীয়াএটা হাতীৰ বৃহৎ জাকে প্ৰৱেশ কৰি চলালে তাণ্ডৱ ৷ হাতীৰ উপদ্ৰৱত আতংকিত ৰাইজ ৷

বন্যহস্তীৰ তাণ্ডৱ
author img

By

Published : Apr 28, 2019, 1:43 PM IST

গোলাঘাট, 28 এপ্ৰিল : গোলাঘাটৰ নুমলীগড়ত অব্যাহত আছে হাতী-মানুহৰ সংঘাত । নিশা নুমলীগড় পংকা চাৰিআলি অঞ্চলত 20-30 জনীয়াএটা হাতীৰ বৃহৎ জাকে প্ৰৱেশ কৰি তাণ্ডৱ চলায় ৷ অঞ্চলটোৰ কেইবা ঘৰ লোকৰ বাসগৃহত থকা আচবাব পত্ৰ ভাঙি লণ্ড-ভণ্ড কৰাৰ লগতে তহিলং কৰে বাৰীৰ কলগছ ,খেতিপথাৰ । ইপিনে বন্যহস্তীৰ এই উপদ্ৰৱত কথমপি প্ৰাণ ৰক্ষা বহু লোকৰ ৷

বন্যহস্তীৰ তাণ্ডৱ

উল্লেখ্য যে, দৈনিক জাকে জাকে বন্যহস্তীয়ে অঞ্চলটোৰ জনাঞ্চলত প্ৰৱেশ কৰি সৃষ্টি কৰিছে আতংকৰ ৷ নিশাটো বাদেই দিন দুপৰতে মানুহৰ বাৰী, চাহ বাগিছাত আশ্ৰয় লৈ থাকে জাক জাক বন্যহস্তীয়ে । যাৰ বাবে এতিয়া আতংকিত ৰাইজে হাতে হাতে জুই, ফটকা লৈ পহৰা দিব লগা হৈছে নিজৰ ঘৰখনৰ লগতে খেতিপথাৰসমূহ ।

Intro:গোলাঘাট জিলা নুমলীগড়ত অব্যাহত আছে হাতী, মানুহৰ সংঘাত। নিশা হাতীৰ বৃহৎ জাকে ভাঙি তহিলং কৰিলে কেইবাটাও বাসগৃহৰ লগতে বাৰীৰ কলগছ ,খেতি পথাৰ । কথমপি ৰক্ষা পৰে বহু কেইজন লোকৰ । Body:এই দৃশ্য নুমলীগড় পংকা চাৰিআলি অঞ্চলৰ। এতিয়া দিনে নিশাই নুমলীগড়ত চলিছে বন্য হস্তীৰ উপদ্ৰপ ।দৈনিক জাকে জাকে বন্যহস্তী জনা্ঞ্চলত প্ৰৱেশ কৰি সৃষ্টি কৰিছে আতংকৰ ।নিশা 20-৩০ জনীয়া এটা বৃহ্ৎ হাতীৰ জাকে ভাঙি তহিলং কৰিলে কেইবাটাও বাসগৃহ । কথমপী প্ৰাণ ৰক্ষা পৰে কেইবাটাও পৰিয়ালৰ । ইফালে হাতীৰ জাকে খাই তহিলং কৰে ধান চাউল, আটা । ভাঙি লণ্ডভণ্ড কৰে ঘৰৰ ভিতৰত টিভি, আলমাৰী, আচবাব । এতিয়া ৰাইজে নিজে হাতে হাতে জুই, বম, ফটকা লৈ পহৰা দিব লগা হৈছে নিজৰ ঘৰ খন , খেতি পথাৰ ।নিশাটো বাদেই দিন দুপৰতে মানুহৰ বাৰী, চাহ বাগিছাত আশ্ৰয় লৈ থাকে জাকে জাকে বন্যহস্তীয়ে । এনেদৰে এতিয়া নুমলীগড়ত ভয়াৱহ ৰূপ লৈছে হাতী,মানুহৰ সংঘাতে । ইফালে খবৰ দিয়াৰ পিছতো বনকৰ্মী য়ে হাতী খেদিবলৈ নহাৰ অভিযোগ । স্থানীয় লোকে ক্ষোভ উজাৰে বন বিভাগৰ ওপৰত । নুমলীগড়ৰ বিভিন্ন অঞ্চলত এতিয়া তীব্ৰৰূপ ধাৰণ কৰিছে হাতী মানুহৰ সংঘাতে ৷Conclusion:BYTE 1 : ভূক্তভোগী

গোলাঘাট সমষ্টিৰ পৰা চামিম আলি , ETV BHARAT , অসম
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.