ETV Bharat / state

গোলাঘাটত সুৰাপায়ী প্ৰিজাইডিং অফিচাৰৰ উদ্ভণ্ডালি - গোলাঘাট

ছেক্টৰ বিষয়াই আটক কৰি স্বাস্থ্য পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে প্ৰিজাইডিং বিষয়াজনক

গোলাঘাটত সুৰাপায়ী প্ৰিজাইডিং অফিচাৰৰ উদ্ভণ্ডালি
author img

By

Published : Apr 11, 2019, 4:07 PM IST

Updated : Apr 11, 2019, 4:14 PM IST

গোলাঘাট, 11 এপ্ৰিল : গোলাঘাটৰ ভোটগ্ৰহণ কেন্দ্ৰত সুৰাসক্ত প্ৰিজাইডিং অফিচাৰৰ অতপালি৷ সুৰা সেৱন কৰি ভোটকেন্দ্ৰত ভোটদাতাক দুৰ্ব্যৱহাৰ প্ৰিজাইডিং অফিচাৰজনৰ৷ কলিয়াবৰ লোকসভা সমষ্টিৰ অন্তৰ্গত 74 নং দৈগ্ৰোং বাগান মধ্য ইংৰাজী বিদ্যালয় ভোটকেন্দ্ৰটোত সংঘটিত হৈছে সুৰাপায়ী প্ৰিজাইডিং অফিচাৰৰ অতপালি৷ ৰাইজৰ অভিযোগৰ ভিত্তিত মৰঙি চক্ৰ বিষয়াই ছেক্টৰ বিষয়াক ফোনযোগে অৱগত কৰে প্ৰিজাইডিং অফিচাৰজনৰ বিষয়ে৷ কেন্দ্ৰটোত ছেক্টৰ বিষয়া উপস্থিত হৈ সুৰাসক্ত বিষয়াজনক আটক কৰি স্বাস্থ্য পৰীক্ষণৰ বাবে ইতিমধ্যে প্ৰেৰণ কৰিছে৷ সুৰাপায়ী বিষয়াজন সৰুপথাৰৰ শৈলেন নেওগ৷

Intro:গোলাঘাট পোৰাবাংলাত আটক সুৰাসক্ত পিজাইডিঙ অফিচাৰ ।কলিয়াবৰ লোকসভা সমষ্টিৰ দৈগ্ৰোং বাগান মধ্য ইংৰাজী বিদ্যালয়ৰ ৭৪নং ভোট কেন্দ্ৰত স্থানীয় ৰাইজৰ অভিযোগত পিজাইডিং অফিচাৰ আটক ।Body:কলিয়াবৰ লোকসভা সমষ্টিৰ গোলাঘাট পোৰাবাংলাৰ দৈগ্রোং বাগান প্রাথমিক বিদ্যালয়ৰ 74 নং ভোটগ্রহন কেন্দ্রত আজৱ ঘটনা। সুৰাসক্ত অৱস্থাত প্ৰিজাইডিং বিষয়া । আটক কৰা বিষয়াজন সৰুপথাৰৰ শৈলেন নেওগ। ৰাইজৰ অভিযোগৰ ভিত্তিত মৰঙি চক্ৰ বিষয়াই ছেক্টৰ বিষয়াক ফোন কৰি জনোৱাত ছেক্টৰ বিষয়াই ভোট কেন্দ্ৰৰ পৰাই আটক কৰি স্বাস্থ্য পৰীক্ষাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰে প্ৰিজাইডিং বিষয়া শৈলেন নেওগ । ৰাইজৰ অভিযোগ অনুসৰি পুৱাৰ পৰাই নিচাসক্ত অৱস্থাত আছিল বিষয়াজন ।Conclusion:BYTE 1: ছেক্টৰ বিষয়া
গোলাঘাট সমষ্টিৰ পৰা চামিম আলগ , ETV BHARAT ,অসম
Last Updated : Apr 11, 2019, 4:14 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.