ETV Bharat / state

ডলী ৰয়ক ডিটেনশ্যন কেম্পলৈ প্ৰেৰণ

author img

By

Published : Jun 12, 2019, 1:58 PM IST

যোৰহাটস্থিত বিদেশী ন্যায়াধীকৰণ আদালতে গোলাঘাটৰ বাসিন্দা ডলী ৰয়ক এঘাৰ দিনৰ বাবে ডিটেনশ্যন কেম্পলৈ প্ৰেৰণ কৰিছে । ডি ভোটাৰ তালিকাত নাম থকা মহিলা গৰাকীয়ে তিনিটাকৈ তাৰিখত আদালতত হাজিৰ নোহোৱাৰ বাবেই বিদেশী ন্যায়াধীকৰণ আদালতে এই শাস্তি প্ৰদান কৰে ।

ডলী ৰয়ক ডিটেনশ্যন কেম্পলৈ প্ৰেৰণ

গোলাঘাট, ১২ জুন : গোলাঘাটৰ বাসিন্দা ডলী ৰয়ক যোৰহাটস্থিত বিদেশী ন্যায়াধীকৰণ আদালতে দোষী সাব্যস্ত কৰি এঘাৰ দিনৰ বাবে ডিটেনশ্যন কেম্পলৈ প্ৰেৰণ কৰিছে । উল্লেখ্য যে, ডি ভোটাৰ তালিকাত নাম থকাৰ বাবে 2008 চনৰে পৰাই বিদেশী ন্যায়ধীকৰণত ডলী ৰয়ৰ গোচৰ চলি আছিল । কিন্তু তিনিটাকৈ তাৰিখত মহিলা গৰাকী আদালতত হাজিৰ নোহোৱাৰ বাবেই বিদেশী ন্যায়াধীকৰণ আদালতে এই শাস্তি প্ৰদান কৰে ।

ডলী ৰয়ক ডিটেনশ্যন কেম্পলৈ প্ৰেৰণ

উল্লেখ্য যে, মহিলাগৰাকীক মঙলবাৰে নিশা গ্ৰেপ্তাৰ কৰাৰ বাবেই নিশাটো গোলাঘাট আৰক্ষীৰ জিম্মাত থকাৰ পাছত বুধবাৰে পুনৰ যোৰহাট ডিটেনশ্যন কেম্পলৈ প্ৰেৰণ কৰা হয় । সঞ্জীত ৰয়ৰ পত্নী ডলী ৰয়ৰ মাতৃ গৃহ বৰপেটাৰ বহৰি বুলি জানিব পৰা গৈছে ।

Golaghat 12.06.2019
slug : as_glt_d voter_vis_byte_7205572
O.C. : গোলাঘাটৰ ডলী ৰয় নামৰ এগৰাকী মহিলা এঘাৰ দিনৰ বাবে ডিটেনশ্যন কেম্পলৈ চালান। গোলাঘাট চাৰি নম্বৰ বাৰ্ডৰ বাসিন্দা ডলী ৰয়। স্বামী সঞ্জীত ৰয়ৰ পত্নী ডলীৰ মাতৃ গৃহ বৰপেটাৰ বহৰিত। যোৰহাটস্থিত বিদেশী ন্যায়াধীকৰন আদালতে মহিলা গৰাকীক দোষী সাব্যস্ত কৰি কালি গ্ৰেপ্তাৰ কৰে। উল্লেখ্য যে ডলী ৰয় D ভোটাৰ তালিকাত থকাৰ বাবে বিগত 2008 চনৰ পৰা বিদেশী ন্যায়ধীকৰণত গোচৰ চলি আছিল। বিগত তিনিটাকৈ তাৰিখত মহিলা গৰাকী আদালতত হাজিৰ হোৱা নাছিল। তাৰ বাবেই বিদেশী না্য়ায়াধীকৰণ আদালতে 11 দিনৰ বাবে জেল কাষ্টদীলৈ প্ৰেৰণ কৰে। কালি নিশা হোৱাৰ বাবেই নিশাটো গোলাঘাট আৰক্ষীৰ জিম্মাত থকাৰ পাছত আজি পুনৰ যোৰহাট ডিটেনশ্বন কেম্পলৈ প্ৰেৰণ কৰে।
Byte 1: ডলী ৰয়।
Byte 2: পুত্ৰ।
গোলাঘাটৰ পৰা দিগন্ত চাহুৰ ৰিপ'ৰ্ট, Etv Bharat অসম।

Feed send by ftp.
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.