ETV Bharat / state

সৰুপথাৰত দমকলৰ পৰা ওলাইছে তেল

বিগত বছৰৰ নৱেম্বৰ মাহৰ পৰা পানীৰ সৈতে তেলযুক্ত দ্ৰব্য মিহলি হৈ থকাত পৰিয়ালটোৱে ধনশিৰিৰ মহকুমাধিপতিক অৱগত কৰে ৷ জনস্বাস্থ্য বিভাগলৈ সেই আবেদন পঠিওৱাত পৰিয়ালটোৱে দমকলৰ পানী পৰীক্ষা কৰাত পানীত যথেষ্ট পৰিমাণৰ ক্ৰুড অইল থকাৰ তথ্য পোহৰলৈ আহে |

সৰুপথাৰত দমকলৰ পৰা পানীৰ বিপৰীতে ওলাইছে ক্ৰুড অইল
author img

By

Published : Jun 9, 2019, 12:40 PM IST

সৰুপথাৰ, 9 জুনঃ বাৰমুখীয়া গাঁৱত বিগত ৮ মাহ দিন ধৰি দমকলৰ পৰা তেল মিহলি পানী ওলোৱাত সেই পানী সেৱন কৰি ৰোগাক্ৰান্ত হৈছে হেমন্ত শইকীয়া নামৰ লোকজনৰ পৰিয়ালৰ সদস্যসকল ৷ বিগত বছৰৰ নৱেম্বৰ মাহৰ পৰা পানীৰ সৈতে তেলযুক্ত দ্ৰব্য মিহলি হৈ থকাত পৰিয়ালটোৱে ধনশিৰিৰ মহকুমাধিপতিক অৱগত কৰে ৷

সৰুপথাৰত দমকলৰ পৰা পানীৰ বিপৰীতে ওলাইছে ক্ৰুড অইল

জনস্বাস্থ্য বিভাগলৈ সেই আবেদন পঠিওৱাত পৰিয়ালটোৱে দমকলৰ পানী পৰীক্ষা কৰাত পানীত যথেষ্ট পৰিমাণৰ ক্ৰুড অইল থকাৰ তথ্য পোহৰলৈ আহে | তদুপৰি পৰিয়ালটোৰ সদস্যসকলৰ সঘনাই হৈ থকা বেমাৰৰ উৎসও পানীয়েই বুলি চিকিৎসকেও অৱগত কৰাত শংকিত হৈ পৰিছে পৰিয়ালটো ৷ ইপিনে অঞ্চলতটোত নাই জনস্বাস্থ্য কাৰিকৰী বিভাগৰ পানী যোগান আঁচনি ৷ যাৰ ফলত দূষিত পানীকে সেৱন কৰিবলগীয়া হৈছে পৰিয়ালটোৰ লোকসকল ৷

লগতে পঢ়কঃ আৰক্ষী চকীৰ শীৰ্ষত ‘নাজিৰা থানা’

Intro:ধনশিৰি মহকুমাৰ বাৰমুখীয়া গাঁওত এটা পৰিয়ালত বিগত ৮ মাহ দিন ধৰি টিউৱেলৰ পৰা তেল মিহলি পানী ওলোৱাত সেই পানী সেৱন কৰি পৰিয়ালটো ৰোগাক্ৰান্ত হোৱাৰ বাতৰি পোৱা গৈছে
Body:বাৰমুখীয়া গাঁওৰ হেমন্ত শইকীয়া নামৰ লোকজনৰ ঘৰত থকা টিউৱেলটোৰ পৰা যোৱা বছৰৰ নবেম্বৰ মাহৰ পৰা পানীৰ সৈতে তেলযুক্ত দ্ৰব্য মিহলি হৈ অহাত পৰিয়ালটো কিংকৰ্তব্যবিমূৰ হৈ পৰি প্ৰথমে ধনশিৰি মহকুমাধিপতিৰ আবেদন দিয়াত জনস্বাস্হ্য বিভাগলৈ সেই আবেদন পঠোৱাত পৰিয়ালটোৰ টিউৱেলৰ পানী পৰীক্ষা কৰাত ভয়ংকৰ তথ্য পোহৰলৈ আহে | জনস্বাস্হ্য কাৰিকৰী বিভাগে স্পষ্ট উল্লেখ কৰে যে পানীত যথেষ্ট পৰিমানৰ ক্ৰুড অইল আছে | তদুপৰি পৰিয়ালটোৰ সদস্য সকলৰ সঘনাই হৈ থকা বেমাৰৰ উত্সও পানীয়েই বুলি চিকিত্সকেও অৱগত কৰাত পৰিয়ালটোৰ মূৰত সৰগ ভাঙি পৰিছে,কিয়নো সেই অঞ্চলত নাই জনস্বাস্হ্য কাৰিকৰী বিভাগৰ পানী যোগান আঁচনি...Conclusion:Byte :- পৰিয়ালৰ মূৰব্বী

সৰুপথাৰৰ পৰা দেৱাশীষ শৰ্মাৰ ৰিপৰ্ট ETV BHARAT অসম
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.