গোলাঘাট,8 মে’: গোলাঘাটৰ দেৰগাওঁ আৰক্ষী প্ৰশিক্ষণ মহাবিদ্যালয়ক ঘোষণা কৰা হ’ল কণ্টেইনমেণ্ট জ’ন হিচাপে ৷ বৃহস্পতিবাৰে ক’ভিডত আক্ৰান্ত হৈ মৃত্যু হৈছিল প্ৰশিক্ষণৰত এগৰাকী আৰক্ষী বিষয়াৰ ৷ ক’ভিডত আক্ৰান্ত হৈ মৃত্যুক সাৱতি লোৱা প্ৰশিক্ষণৰত আৰক্ষীগৰাকী হৈছে বাগাৰাম বড়ো ।

ইফালে দেৰগাঁৱৰ মহিমা চাহ বাগিচাৰ আনন্দ কুমাৰ শ্ৰীবাস্তৱ নামৰ কৰ্মচাৰীগৰাকীৰ শুকুৰবাৰে ক’ভিডত আক্ৰান্ত হৈ মৃত্যু ঘটে । মৃত শ্ৰীবাস্তৱ আছিল মহিমা বাগিচা সহকাৰী পৰিচালক ।
লগতে পঢ়ক: ভাৰতত ক'ভিডৰ দ্বিতীয় লহৰ: ভুল ক'ত হ'ল ?