ETV Bharat / state

বিল দিবলৈ বাকী পৌৰসভাৰ,নজ্বলিব দেৰগাঁও চহৰৰ ষ্ট্ৰীট লাইট

দেৰগাঁও পৌৰ সভাই বিদ্যুৎ বিভাগক আদায় দিবলৈ বাকী আছে 12 লাখ টকাৰ বিদ্যুৎ মাছুল ৷ যাৰ বাবে বিদ্যুৎ বিভাগে সংযোগ বিচ্ছিন্ন কৰি দিছে প্ৰায় ৫০০ ৰো অধিক ষ্ট্ৰীট লাইটৰ ৷

Dergaon Municipality bill panding
বিল দিবলৈ বাকী পৌৰসভাৰ,নজ্বলিব দেৰগাঁও চহৰৰ ষ্ট্ৰীট লাইট
author img

By

Published : Feb 25, 2020, 7:52 PM IST

দেৰগাঁও,25 ফেব্ৰুৱাৰীঃ মঙলবাৰৰ পৰা অন্ধকাৰ হৈ পৰিব দেৰগাঁও চহৰ ৷ নজ্বলিব দেৰগাঁও চহৰৰ ষ্ট্ৰীট লাইট ৷ দেৰগাঁও পৌৰ সভাই বিদ্যুৎ বিভাগক আদায় দিবলৈ বাকী আছে 12 লাখ টকাৰ বিদ্যুৎ মাছুল ৷ যাৰ বাবে বিদ্যুৎ বিভাগে সংযোগ বিচ্ছিন্ন কৰি দিছে প্ৰায় ৫০০ৰো অধিক ষ্ট্ৰীট লাইটৰ ৷ পৌৰসভাই ১২ লাখ টকা আদায় দিলেহে পুনৰ পোহৰ হৈ উঠিব দেৰগাঁও চহৰ ৷

নজ্বলিব দেৰগাঁও চহৰৰ ষ্ট্ৰীট লাইট

লগতে পঢ়ক-17খন ৰাজ্যৰ 55খন আসনৰ বাবে ৰাজ্যসভা নিৰ্বাচনৰ তাৰিখ ঘোষণা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.