ETV Bharat / state

অখিল গগৈৰ মুক্তিৰ দাবীৰে গোলাঘাটত ১০ সংগঠনৰ প্ৰতিবাদ - গোলাঘাট নগৰৰ বেজবৰুৱা চাৰিআলি

গোলাঘাট নগৰৰ বেজবৰুৱা চাৰিআলিত মানৱ শৃংখল গঢ়ি প্ৰতিবাদী সাব্যস্ত কৰে । অখিল গগৈৰ লগতে বিতু সোণোৱাল, ধৈৰ্য্য কোঁৱৰ আৰু মানস কোঁৱৰক উন্নত চিকিৎসা আৰু মুক্তিৰ দাবীত তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয়।

demand-for-better-treatment-and-relese-of-akhil-gogoi-and-other-leaders-at-golaghat
অখিল গগৈৰ মুক্তিৰ দাবীত গোলাঘাটত ১০ সংগঠনৰ প্ৰতিবাদ
author img

By

Published : Jul 9, 2020, 4:56 PM IST

Updated : Jul 25, 2020, 3:16 PM IST

গোলাঘাট,9জুলাইঃ গোলাঘাটত জিলাত বৃহস্পতিবাৰে কৃষক নেতা অখিল গগৈৰ লগতে বিতু সোণোৱাল, ধৈৰ্য্য কোঁৱৰ আৰু মানস কোঁৱৰক উন্নত চিকিৎসা আৰু মুক্তিৰ দাবীত তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয় । ১০টা সংগঠনে গোলাঘাট নগৰৰ বেজবৰুৱা চাৰিআলিত মানৱ শৃংখল গঢ়ি প্ৰতিবাদী সাব্যস্ত কৰে ।

অখিল গগৈৰ মুক্তিৰ দাবীত গোলাঘাটত ১০ সংগঠনৰ প্ৰতিবাদ

অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, সদৌ অসম টাই আহোম ছাত্ৰ সন্থা, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি, আটছা, অনুসূচিত জাতি ছাত্ৰ সন্থা, আদিবাসী ছাত্ৰ সন্থা, অসম জাতীয়তাবাদী যুৱ পৰিষদ, টাই আহোম যুৱ পৰিষদৰ নেতা কৰ্মী সকলে চৰকাৰ বিৰোধী বিভিন্ন শ্ল’গানেৰে ৰাজপথ উত্তাল কৰি তোলাৰ লগতে নগৰৰ মাজেৰে প্ৰতিবাদী শ্ল'গানেৰে এক সমদলো বাহিৰ কৰে ৷

demand-for-better-treatment-and-relese-of-akhil-gogoi-and-other-leaders-at-golaghat
অখিল গগৈৰ মুক্তিৰ দাবীত গোলাঘাটত ১০ সংগঠনৰ প্ৰতিবাদ

লগতে পঢ়কঃ কোভিড-১৯ ত আক্ৰান্ত অখিল গগৈ

Last Updated : Jul 25, 2020, 3:16 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.