ETV Bharat / state

নুমলীগড়ত জনাঞ্চলত প্ৰৱেশ কৰা বন্যহস্তীৰ মৃত্যু

author img

By

Published : Oct 19, 2020, 4:58 PM IST

গোলাঘাটত বনৰীয়া হাতীৰ মৃত্যু ৷ খাদ্যৰ সন্ধানত জনাঞ্চলত প্ৰৱেশ কৰা হাতীৰ মৃত্যু ৷

Death of a elephan in Numligarh
নুমলীগড়ত জনাঞ্চলত প্ৰৱেশ কৰা বন্যহস্তীৰ মৃত্যু

গোলাঘাট, 19 অক্টোবৰ : গোলাঘাট জিলাৰ বিভিন্ন প্ৰান্তত বনৰীয়া হাতীয়ে ত্ৰাসৰ সৃষ্টি কৰি অহাৰ সময়তে সোমবাৰে জিলাখনৰ নুমলীগড়ত বন্যহস্তী পোৱালিৰ মৃত্যুৰ ঘটনা সংঘটিত হৈছে ৷ নুমলীগড়ৰ বকিয়াল খণ্ড বন কাৰ্যালয়ৰ অন্তৰ্গত 1 নং চেচাবিল ম'হখুটিত সংঘটিত হৈছে এই ঘটনা ৷

তথ্য অনুসৰি, খাদ্যৰ সন্ধানত মাতৃৰ সৈতে অহা 5 জনীয়া হাতীৰ এটা জাকৰ মাজৰ পৰা পোৱালিটো নলাত পৰি মৃত্যু হয় বুলি জানিব পৰা গৈছে । উল্লেখ্য যে, বিগত কেইবাদিন ধৰি অঞ্চলটোত বনৰীয়া হাতীয়ে ত্ৰাসৰ সৃষ্টি কৰি আহিছিল ৷

স্থানীয় লোকৰ মন্তব্য

লগতে পঢ়ক : বৰপেটাত পবিত্ৰ কাতি মহীয়া নাম আৰম্ভ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.