দেৰগাঁও, 30 জুলাই : দেৰগাঁৱত মৃতদেহ উদ্ধাৰ ৷ এ.এছ.টি.চি বাছ আস্থানৰ সমীপত এটা ভঙা জুপুৰীত উদ্ধাৰ হয় মৃতদেহটো ৷ স্থানীয় ৰাইজে ততাতৈয়াকৈ দেৰগাঁও আৰক্ষী থানাত খবৰ দিয়ে ৷ আৰক্ষীয়ে যুৱকজন দেৰগাঁৱৰ দক্ষিণ দলিজলীয়া গাঁৱৰ উমানন্দ দাস বুলি চিনাক্ত কৰে । উমানন্দ দাস পেচাত এজন মটৰ মেকানিক আছিল। পাচত দেৰগাঁও আৰক্ষী থানাৰ বিষয়ববীয়াই মৰণোত্তৰ পৰীক্ষাৰ বাবে মৃতদেহটো লৈ যায় ৷
দেৰগাঁৱত মৃতদেহ উদ্ধাৰ - আৰক্ষী থানা
দেৰগাঁৱৰ এ.এচ.টি.চি বাছ আস্থান সমীপত মৃতদেহ উদ্ধাৰ ৷ যুৱকজন দেৰগাঁও দক্ষিণ দলিজলীয়া গাঁৱৰ উমানন্দ দাস বুলি চিনাক্ত কৰে আৰক্ষীয়ে ৷ মৰণোত্তৰ পৰীক্ষাৰ বাবে মৃতদেহটো প্ৰেৰণ কৰে দেৰগাঁও আৰক্ষীয়ে

দেৰগাঁৱত মৃতদেহ উদ্ধাৰ
দেৰগাঁও, 30 জুলাই : দেৰগাঁৱত মৃতদেহ উদ্ধাৰ ৷ এ.এছ.টি.চি বাছ আস্থানৰ সমীপত এটা ভঙা জুপুৰীত উদ্ধাৰ হয় মৃতদেহটো ৷ স্থানীয় ৰাইজে ততাতৈয়াকৈ দেৰগাঁও আৰক্ষী থানাত খবৰ দিয়ে ৷ আৰক্ষীয়ে যুৱকজন দেৰগাঁৱৰ দক্ষিণ দলিজলীয়া গাঁৱৰ উমানন্দ দাস বুলি চিনাক্ত কৰে । উমানন্দ দাস পেচাত এজন মটৰ মেকানিক আছিল। পাচত দেৰগাঁও আৰক্ষী থানাৰ বিষয়ববীয়াই মৰণোত্তৰ পৰীক্ষাৰ বাবে মৃতদেহটো লৈ যায় ৷
দেৰগাঁৱত মৃতদেহ উদ্ধাৰ
দেৰগাঁৱত মৃতদেহ উদ্ধাৰ
Intro:মৃতদেহ উদ্বাৰ হোৱা ঘটনাক লৈ চাঞ্চল্য ।Body:
দেৰগাঁৱত মৃতদেহ উদ্ধাৰ।
দেৰগাঁৱত আজি এ ,এচ,টি,চি বাচৰ সমিপত এটা ভঙা জুপুৰি ঘৰত এজন ব্যক্তিৰ মৃতদেহ উদ্ধাৰ হয়। স্থানীয় ৰাইজে ততাতৈয়াকৈ দেৰগাঁও আৰক্ষী থানাত খবৰ দিয়ে আৰক্ষীৰ উপস্থিতিত যুৱক জন দেৰগাঁও দক্ষিণ দলিজলীয়া গাঁৱৰ উমানন্দ দাস বুলি(৪৫)চিনাক্ত কৰে। উমানন্দ দাস পেচাত এজন মটৰ মেকানিক আছিল।পৰবৰ্তী সময়ত দেৰগাঁও আৰক্ষী থানাৰ বিষয়ববীয়াই মৰোনত্তৰ পৰীক্ষাৰ বাবে মৃতদেহটো লৈ যায়।
৩০/৭/২০১৯Conclusion:মৃতদেহ টো মৰোনত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰন কৰে ।