ETV Bharat / state

ৰজাদিনীয়া কুমাৰ গাঁৱত এতিয়া কি অৱস্থাত আছে কুমাৰ শিল্প ? - ৰজাদিনীয়া কুমাৰ গাঁৱত এতিয়া কি অৱস্থাত আছে কুমাৰ শিল্প ?

প্ৰাকঃ ঐতিহাসিক যুগৰ শিল্প,মৃৎ শিল্প অথবা কুমাৰ শিল্পৰ বিলুপ্তিয়ে ঐতিহ্যত আঘাত হানিছে ৰজাদিনীয়া কুমাৰ গাঁৱত ।

condition of Golaghat pottery  culture
ৰজাদিনীয়া কুমাৰ গাঁৱত এতিয়া কি অৱস্থাত আছে কুমাৰ শিল্প
author img

By

Published : Mar 14, 2020, 11:01 AM IST

গোলাঘাট,14 মাৰ্চঃ প্ৰাকঃ ঐতিহাসিক যুগৰ মৃত শিল্প অথবা কুমাৰ শিল্প নামে জনাজাত শিল্পটোৰ বিলুপ্তিয়ে সাতামপুৰুষীয়া ঐতিহ্যত আঘাত হানিছে ৰজাদিনীয়া কুমাৰ গাঁৱত। গোলাঘাট জিলাৰ ৰঙামাটিৰ মুষ্টিমেয় কেইজনমান মৃৎ শিল্পীয়ে বৰ্তাই ৰাখিছে সাতামপুৰুষীয়া ঐতিহ্য ৷ তেওঁলোকে তৈয়াৰ কৰা এই মাটিৰ পাত্ৰ ৰপ্তানি হয় অসমৰ বিভিন্ন প্ৰান্তৰ লগতে বহিঃৰাজ্যলৈ ।

ৰজাদিনীয়া কুমাৰ গাঁৱত এতিয়া কি অৱস্থাত আছে কুমাৰ শিল্প ?
condition of Golaghat pottery  culture
মৃৎ শিল্প

সম্প্ৰতি চৰকাৰৰ মৃৎ শিল্প উন্নয়নৰ বাবে গ্ৰহণ কৰিছে নতুন আঁচনি ৷ ইয়াকে লৈ আশা প্ৰকাশ কৰিছে বহু মৃৎশিল্পীয়ে ৷ অৱশ্যে চৰকাৰে লোৱা এই সিদ্ধান্তই হেৰাবলৈ ধৰা ঐতিহ্যপূৰ্ণ শিল্পক পুনৰুজ্জীৱিত কৰি তুলিবনে সেয়া সময়তহে লক্ষণীয় হ'ব ৷

condition of Golaghat pottery  culture
মৃৎ শিল্প
condition of Golaghat pottery  culture
মৃৎ শিল্প

লগতে পঢ়কঃশিৱসাগৰৰ কোঁৱৰপুৰ প্ৰেছক্লাৱৰ উদ্যোগত সম্বৰ্ধনা অনুষ্ঠিত সম্বৰ্ধনা সভা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.