ETV Bharat / state

37 নং ৰাষ্ট্ৰীয় ঘাইপথত বৃহৎ বৃহৎ গাঁত

37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ জৰাজীৰ্ণ অৱস্থাৰ প্ৰতিবাদত অৱস্থান ধৰ্মঘটত বহিল বোকাখত মহকুমা চুতীয়া ছাত্ৰ সন্থাই ৷

প্ৰতিবাদ
author img

By

Published : May 4, 2019, 8:04 PM IST

গোলাঘাট, 4 এপ্ৰিলঃ চাৰিলেনযুক্ত পথৰ নিৰ্মাণৰ কাম আৰু 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ জৰাজীৰ্ণ অৱস্থাৰ অতি শীঘ্ৰে মেৰামতি কৰাৰ দাবীত অৱস্থান ধৰ্মঘট ৷ গোলাঘাট কমাৰগাঁৱত বোকাখাট মহকুমা চুতীয়া ছাত্ৰ সন্থাই শনিবাৰে এইদৰে অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰে ৷

প্ৰতিবাদী কাৰ্যসূচী

অতি শীঘ্ৰে ৰাষ্ট্ৰীয় ঘাইপথৰ মেৰামতি আৰু চাৰিলেনযুক্ত পথৰ কাম দ্ৰুত গতিত নকৰিলে অনাগত সময়ত ভয়াৱহ আন্দোলনৰ কাৰ্যসূচী হাতত লোৱাৰ হুংকাৰ দিয়ে সংগঠনটোৱে ৷ আনহাতে 37 নং ৰাষ্ট্ৰীয় ঘাইপথটো সম্পূৰ্ণ ৰূপে বন্ধ কৰি দিয়া হ'ব বুলিও হুংকাৰ প্ৰদান কৰে ৷

Intro:গোলাঘাট কমাৰগাঁৱ ত বোকাখাট মহকুমা চুতীয়া ছাত্ৰ সন্থাৰ অৱস্থান ধৰ্মঘট ।
নুমলীগড় চাৰিলেন যুক্ত পথৰ নিৰ্মানৰ কাম দ্ৰুতগতিত কৰাৰ দাবীত আৰু 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ জৰাজীৰ্ণ অৱস্থাৰ অতি শীৰ্ঘে মেৰামতি কৰাৰ দাবীত এই অৱস্থান ধৰ্মঘত কাৰ্যসূচী পালন কৰিছে সংগঠনটোৱে । সংগঠনটোৱে অতি শীৰ্ঘে যদি ৰাষ্ট্ৰীয় ঘাইপথৰ মেৰামতি আৰু চাৰিলেন যুক্ত পথৰ কাম দ্ৰুত গতিত নকৰে অনাগত সময়ত ভয়াবহ আন্দোলনৰ কাৰ্যসূচী হাতত লোৱাৰ লগতে সম্পূৰ্ণ ৰূপে 37 নং ৰাষ্ট্ৰীয় ঘাইপথ টো সম্পূৰ্ণ ৰূপে বন্ধ কৰি দিব বুলিও হুংকাৰ প্ৰদান কৰে ।। ইফালে গোলাঘাট জিলাৰ মাজেৰে নুমলীগড় ৰ পৰা দেৰগাঁৱলৈ নিৰ্মান হৈ থকা চাৰিলেন যুক্ত 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ নিৰ্মান অতি লেহেমীয়া গতিত হোৱাৰ বাবে এতিয়া ৰাইজ, পথাচাৰী , যানবাহনৰ চালক, যাত্ৰী, ৰোগী-প্ৰসূতি আদিয়ে দীর্ঘদিনে পথছোৱাৰ বাবেই বাৰুকৈয়ে জ্বলাকলা খাই আহিছে । দৈনিক সংঘটিত হৈছে সৰু বৰ পথ দুৰ্ঘটনা ।উজনি আৰু নামনি সংযোগী এইপথটোৰ মেৰামতিৰ নাম গোন্ধ নাই চৰকাৰ প্ৰশাসনৰ । বৃহৎ বৃহৎ পুখুৰী সদৃশ গাত ।ভাল পথৰ চিন মোকাম নাই ৰাষ্ট্ৰীয় ঘাইপথত ৷ ইফালে এজাক বৰষুণতে পানীত বুৰ যায় পথটো আৰু বন্ধ হৈ পৰে যাতায়ত ।।মুখ্য মন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ ঘোষণাৰ পিছতো কোনো ধৰণৰ মেৰামতি নহল ৰাজ্যৰ ঘাইপথ সমূহৰ । যাৰ বাবে যাতায়তৰ নামত দীর্ঘদিনে যমৰ যাতনা ভুগিব লগা হৈছে সৰ্বসাধাৰণ ৰাইজে । এতিয়া এই সমূহ প্ৰতিবাদ আন্দোলনে গা লৰাব পাৰিবনে সংশ্লিষ্ট কৰ্তৃপক্ষ ৰ সেয়াহে হব লক্ষ্যণীয় ।।Body:byte 1: আন্দোলনকাৰী Conclusion:গোলাঘাট সমষ্টিৰ পৰা চামিম আলি , etc Bharat,অসম

8638762280
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.