ETV Bharat / state

গোলাঘাটৰ শালমৰা চাহ বাগিচাত উপস্থিত ৰাজ্যিক শিশু সুৰক্ষা আয়োগৰ দল - TEAM

শিশু সুৰক্ষা আয়োগৰ অধ্যক্ষ সূনীতা চাংকাকতিৰ নেতৃত্বত চাৰি জনীয়া দলটোৱে অনাথ শিশু সকলৰ জীৱন ধাৰণ সম্পৰ্কীয় দিশত আলোচনা কৰাৰ লগতে ভৱিষ্যত সুৰক্ষা সম্পৰ্কত আলোচনা কৰে।

BDXFBHF
author img

By

Published : Mar 6, 2019, 11:52 PM IST

গোলাঘাট, ৬ মাৰ্চ: গোলাঘাট আৰু যোৰহাট জিলাত বিষাক্ত চুলাই মদ সেৱন কৰি প্ৰায় ডেৰ শতাধিক লোকৰ মৃত্যু হৈছিল। ইয়াৰে সৰ্বাধিক মৃত্যু হৈছিল শালমৰা চাহ বাগিচাত। বিষাক্ত মদ সেৱনৰ ফলত নিঠৰুৱা হৈছিল একো একোটা পৰিয়াল। ঘাতমাউৰা হৈছিল বহু কণ কণ ল'ৰা ছোৱালী ।

VIDEO

এই বিষাক্ত চুলাই মদে চিৰদিনৰ বাবে পিতৃ মাতৃক আতৰাইছিল বহু কেইটা পৰিয়ালৰ। ইয়াকে লৈ ৰাজ্য চৰকাৰৰ ৰাজ্যিক শিশু সুৰক্ষা আয়োগে পদক্ষেপ গ্ৰহণ কৰিবলৈ আগবাঢ়ি আহিছে। গুৱাহাটীৰ পৰা অহা এটা দলে গোলাঘাট প্ৰশাসনৰ সহযোগত শালমাৰা, উষা গৰঙা, তেলীশাল আদি অঞ্চল পৰিভ্ৰমণ কৰি বুজ লৈছে নিঠৰুৱা সন্তান সকলৰ। পৰিয়ালৰ লগতে আলোচনাত মিলিত হৈছে ৰাইজৰ লগত। ৰাজ্য চৰকাৰৰ ৰাজ্যিক শিশু সুৰক্ষা আয়োগৰ অধ্যক্ষৰ লগত অঞ্চল সমূহ পৰিভ্ৰমণ কৰে ডঃ পিলু হাজৰিকা, ৰূপা হাজৰিকা, লুকুমণি গোস্বামী । অনাথ শিশু সকলক অতিশীঘ্ৰে সংস্থাপনৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি জনাই সূনীতা চাংকাকতিয়ে ।

Golaghat 06.03.2019
SLUG : GOLAGHAT CHILD PROTECTION TEAM
A_GLT_809_6MAR_GOLAGHAT_PROTECTION_CHILD_RIGHTS_TEAM_VISIT_VISUAL_1_DIGANTA_SAHU
A_GLT_810_6MAR_GOLAGHAT_PROTECTION_CHILD_RIGHTS_TEAM_VISIT_BYTE_1_DIGANTA_SAHU
O.C. : গোলাঘাটৰ শালমৰা চাহ বাগিচাত উপস্থিত ৰাজ্য চৰকাৰৰ ৰাজ্যিক শিশু সুৰক্ষা আয়োগৰ দল। (ASSAM STATE COMMISSION FOR PROTECTION OF CHILD RIGHTS) চাৰিজনীয়া দলটোৱে শালমৰা চাহ বাগিচাকে ধৰি জিলা খনৰ মুঠ ১৮ গৰাকী অনাথ কিশোৰ কিশোৰীক চিনাক্ত কৰি সুৰক্ষা প্ৰদানৰ প্ৰচেষ্টা। অনাথ শিশুৰ পৰিয়াল আৰু আত্মীয় সৈতে আলোচনা। শিশু সুৰক্ষা আয়োগৰ অধ্যক্ষ সূনীতা চাংকাকতিৰ নেতৃত্বত চাৰি জনীয়া দলটোৱে অনাথ শিশু সকলৰ জীৱন ধাৰণ সম্পৰ্কীয় দিশত আলোচনা কৰাৰ লগতে ভৱিষ্যত সুৰক্ষা প্ৰদান সম্পৰ্কত আলোচনা কৰে।
V O. : গোলাঘাট আৰু যোৰহাট জিলাত বিষাক্ত চুলাই মদ সেৱন কৰি প্ৰায় ডেৰ শতাধিক লোকৰ মৃত্যু হৈছিল। ইয়াৰে সৰ্বাধিক মৃত্যু হৈছিল শালমৰা চাহ বাগিচাত। বিষাক্ত মদ সেৱনৰ ফলত নিঠৰুৱা হৈছিল একো একোটা পৰিয়াল। ঘাতমাউৰা হৈছিল বহু কণ কণ ল'ৰা ছোৱালী। এই বিষাক্ত চুলাই মদে চিৰদিনৰ বাবে পিতৃ মাতৃক আতৰাইছিল বহু কেইটা পৰিয়ালৰ। ইয়াকে লৈ ৰাজ্য চৰকাৰৰ ৰাজ্যিক শিশু সুৰক্ষা আয়োগে পদক্ষেপ গ্ৰহণ কৰিবলৈ আগবাঢ়ি আহিছে। গুৱাহাটীৰ পৰা অহা এটা দলে গোলাঘাট প্ৰশাসনৰ সহযোগত শালমাৰা, উষা গৰঙা, তেলীশাল আদি অঞ্চল পৰিভ্ৰমণ কৰি বুজ লৈছে নিঠৰুৱা সন্তান সকলৰ। পৰিয়ালৰ লগতে আলোচনাত মিলিত হৈছে ৰাইজৰ লগত। ৰাজ্য চৰকাৰৰ ৰাজ্যিক শিশু সুৰক্ষা আয়োগৰ অধ্যক্ষৰ লগত অঞ্চল সমূহ পৰিভ্ৰমণ কৰে ডঃ পিলু হাজৰিকা, ৰূপা হাজৰিকা, লুকুমণি গোস্বামী । অনাথ শিশু সকলক অতিশীঘ্ৰে সংস্থাপনৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি জনাই সূনীতা চাংকাকতিয়ে।

Byte : সূনীতা চাংকাকতি, অধ্যক্ষ ৰাজ্যিক শিশু সুৰক্ষা আয়োগ।

গোলাঘাটৰ পৰা দিগন্ত চাহুৰ ৰিপ'ৰ্ট, Etv Bharat অসম।

বি: দ্ৰ: -- ভিজুৱেল বাইট mojoত গ'ল।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.