ETV Bharat / state

জুবিনৰ 'কাঞ্চনজংঘা'ৰ বিৰুদ্ধে গোচৰ সচেতন ব্ৰাক্ষ্মণ সমাজৰ - assam news

মুক্তিৰ বাবে অপেক্ষাৰত কাঞ্চনজংঘাৰ নামৰ ছবিখনত সন্নৱিষ্ট থকা ব্ৰাহ্মণৰ লগুণ চিঙা দৃশ্য কৰ্তন কৰিবলৈ দাবী গোলাঘাট জিলা ব্ৰাক্ষ্মণ সমাজৰ ৷

গোলাঘাটত প্ৰচাৰ নহয় জুবিনৰ 'কাঞ্চনজংঘা'
author img

By

Published : Aug 17, 2019, 7:37 PM IST

গোলাঘাট, 17 আগষ্টঃ হাৰ্টথ্ৰৱ জুবিন গাৰ্গৰ কাঞ্চনজংঘাৰ বিৰুদ্ধে এইবাৰ সচেতন গোলাঘাটৰ ব্ৰাহ্মণ সমাজ । মুক্তিৰ বাবে অপেক্ষাৰত কাঞ্চনজংঘাৰ নামৰ ছবিখনত সমগ্ৰ ব্ৰাহ্মণ সমাজক আঘাট কৰি ব্ৰাহ্মণৰ লগুণ চিঙা দৃশ্য কৰ্তন কৰিবলৈ দাবী সচেতন ব্ৰাক্ষ্মণ সমাজৰ ৷ যাৰ বাবে দৃশ্য কৰ্তনৰ দাবীত শনিবাৰে গোলাঘাট জিলা উপায়ুক্তৰ জৰিয়তে ৰাজ্যপাললৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰে সচেতন ব্ৰাহ্মণ সমাজে । লগতে ব্ৰাহ্মণৰ পৱিত্ৰ লগুণ চিঙা দৃশ্য সম্বলিত চিনেমা খনৰ প্ৰমোচনো গোলাঘাটত নকৰিবলৈ আহ্বান ব্ৰাহ্মণ সমাজৰ । অন্যথা কাঞ্চনজংঘাৰ বিৰুদ্ধে দিছপুৰ কপাব বুলি হুংকাৰ প্ৰদান কৰে ব্ৰাহ্মণ সমাজে ।

Intro:হাৰ্টথ্ৰৱ জুবিন গাৰ্গৰ কাঞ্চনজঙ্ঘাৰ বিৰুদ্ধে এইবাৰ গোলাঘাটৰ সচেতন ব্ৰাহ্মণ সমাজ। কাঞ্চনজঙ্ঘা নামৰ বোলছবি খনত সমগ্ৰ ব্ৰাহ্মণ সমাজক আঘাট কৰা ব্ৰাহ্মণৰ লগুণ চিঙা দৃশ্য কৰ্তন কৰিবলৈ অসমৰ ৰাজ্যপাললৈ স্মাৰকপত্ৰ সচেতন ব্ৰাহ্মণ সমাজৰ। লগতে ব্ৰাহ্মণৰ পৱিত্ৰ লগুণ চিঙা দৃশ্য সম্বলিত চিনেমা খনৰ প্ৰমোচনো গোলাঘাটত নকৰিবলৈ আহ্বান সচেতন ব্ৰাহ্মণ সমাজৰ।Body:হাৰ্টথ্ৰৱ জুবিন গাৰ্গৰ কাঞ্চনজঙ্ঘাৰ বিৰুদ্ধে এইবাৰ গোলাঘাটত মাৰবান্ধি ঠিয় হল সচেতন ব্ৰাহ্মণ সমাজ। বহু চৰ্চিত কাঞ্চনজঙ্ঘা নামৰ বোলছবি খনত সমগ্ৰ ব্ৰাহ্মণ সমাজক আঘাট কৰা ব্ৰাহ্মণৰ লগুণ চিঙা দৃশ্য থকা বুলি জুবিন গাৰ্গে নিজেই এক টেলিভিছন সাক্ষাৎকাৰত প্ৰকাশ কৰিছিল। তাৰ পাছতেই চিনেমাখনৰ উক্ত চৰ্চিত বিষয়টোৰ সন্দৰ্ভত জাঙুৰ খাই উঠিছে সমগ্ৰ ব্ৰাহ্মণ সমাজ। সমগ্ৰ দেশৰ ব্ৰাহ্মণ সমাজৰ পৱিত্ৰতাক আঘাত কৰা এনে দৃশ্য কৰ্তন কৰিবলৈ অসমৰ ৰাজ্যপাললৈ আজি স্মাৰকপত্ৰ প্ৰেৰণ কৰে গোলাঘাটৰ সচেতন ব্ৰাহ্মণ সমাজে। গোলাঘাট জিলা উপায়ুক্তৰ জৰিয়তে স্মাৰকপত্ৰ প্ৰেৰণ কৰি লগতে ব্ৰাহ্মণ সমাজে কয় যে ব্ৰাহ্মণৰ পৱিত্ৰ লগুণ চিঙা দৃশ্য সম্বলিত চিনেমা খনৰ প্ৰমোচনো গোলাঘাটত নকৰিবলৈ জুবিন গাৰ্গক আহ্বান। অন্যথা সমগ্ৰ ৰাজ্য জুৰি ৰাজপথলৈ ওলাই আহিব ব্ৰাহ্মণ সমাজ। কাঞ্চনজঙ্ঘাৰ বিৰুদ্ধে দিছপুৰ কপাব ব্ৰাহ্মণ সমাজে। Conclusion:Byte_1_সদস্য , সচেতন ব্ৰাহ্মণ সমাজ।
গোলাঘাটৰ পৰা দিগন্ত চাহুৰ ৰিপ'ৰ্ট, Etv Bharat অসম।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.