গোলাঘাট, 11 আগষ্টঃ গোলাঘাটত "তুলিকা শইকীয়াঃ সৃজন আৰু পাঠ" শীৰ্ষক গ্ৰন্থ উন্মোচন । অংশুমান বৰা আৰু জয়ন্ত দত্তৰ সম্পাদনাৰে ঔপন্যাসিকা "চাৰিশাল গোঁসানীৰ তেজ"ৰ স্ৰষ্টা তুলিকা শইকীয়াৰ ৰচনা সম্ভাৰ, সাহিত্যকৃতি মূল্যায়ন আৰু পৰ্যালোচনা কৰাৰ মহৎ লক্ষ্য আগত ৰাখি গ্ৰন্থখন আনুষ্ঠানিকভাৱে উন্মোচন কৰে বিশিষ্ট শিক্ষাবিদ লেখক ড0 দীপালী বৰাই । উন্মোচনী অনুষ্ঠানৰ আৰম্ভণিতে প্ৰয়াত তুলিকা শইকীয়াৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে নতুন সাহিত্য সভাৰ গোলাঘাট শাখাৰ সম্পাদক নৰকান্ত শইকীয়াই ।
গোলাঘাটত উন্মোচন "তুলিকা শইকীয়াঃ সৃজন আৰু পাঠ" - assam news
অংশুমান বৰা আৰু জয়ন্ত দত্তৰ সম্পাদনাৰে ঔপন্যাসিকা "চাৰিশাল গোঁসানীৰ তেজ"ৰ স্ৰষ্টা তুলিকা শইকীয়াৰ ৰচনা সম্ভাৰ, সাহিত্যকৃতি মূল্যায়ন আৰু পৰ্যালোচনা কৰাৰ মহৎ লক্ষ্য আগত ৰাখি গ্ৰন্থখন আনুষ্ঠানিকভাৱে উন্মোচন কৰে বিশিষ্ট শিক্ষাবিদ লেখক ড0 দীপালী বৰাই
![গোলাঘাটত উন্মোচন "তুলিকা শইকীয়াঃ সৃজন আৰু পাঠ"](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-4107262-thumbnail-3x2-kksksksk.jpg?imwidth=3840)
তুলিকা শইকীয়াঃ সৃজন আৰু পাঠ"
গোলাঘাট, 11 আগষ্টঃ গোলাঘাটত "তুলিকা শইকীয়াঃ সৃজন আৰু পাঠ" শীৰ্ষক গ্ৰন্থ উন্মোচন । অংশুমান বৰা আৰু জয়ন্ত দত্তৰ সম্পাদনাৰে ঔপন্যাসিকা "চাৰিশাল গোঁসানীৰ তেজ"ৰ স্ৰষ্টা তুলিকা শইকীয়াৰ ৰচনা সম্ভাৰ, সাহিত্যকৃতি মূল্যায়ন আৰু পৰ্যালোচনা কৰাৰ মহৎ লক্ষ্য আগত ৰাখি গ্ৰন্থখন আনুষ্ঠানিকভাৱে উন্মোচন কৰে বিশিষ্ট শিক্ষাবিদ লেখক ড0 দীপালী বৰাই । উন্মোচনী অনুষ্ঠানৰ আৰম্ভণিতে প্ৰয়াত তুলিকা শইকীয়াৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে নতুন সাহিত্য সভাৰ গোলাঘাট শাখাৰ সম্পাদক নৰকান্ত শইকীয়াই ।
তুলিকা শইকীয়াঃ সৃজন আৰু পাঠ
তুলিকা শইকীয়াঃ সৃজন আৰু পাঠ
Intro:গোলাঘাটত "তুলিকা শইকীয়াঃসৃজন আৰু পাঠ" শীৰ্ষক গ্ৰন্থ উন্মোচন।ৰাজ্যখনৰ এগৰাকী প্ৰচুৰ সম্ভাৱনাময়ী ঔপন্যাসিক তুলিকা শইকীয়াই অকালতে চিৰবিদায় মাগিলে। অংশুমান বৰা আৰু জয়ন্ত দত্তৰ সম্পাদনাৰে ঔপন্যাসিকা "চাৰিশাল গোঁসানীৰ তেজ"ৰ স্ৰষ্টা তুলিকা শইকীয়াৰ ৰচনা সম্ভাৰ, সাহিত্যাকৃতি মূল্যায়ন আৰু পৰ্যালোচনা কৰাৰ মহৎ লক্ষ্য আগত ৰাখি অসমৰ বিশিষ্ট লেখক, ঔপন্যাসিকৰ লেখনিৰে সমৃদ্ধ গ্ৰন্থখন আনুষ্ঠানিকভাৱে উন্মোচন কৰে বিশিষ্ট শিক্ষাবিদ লেখক ড°দীপালী বৰাই । উন্মোচনী অনুষ্ঠানৰ প্ৰাৰম্ভণিতে প্ৰয়াত তুলিকা শইকীয়াৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে নতুন সাহিত্য সভাৰ গোলাঘাট শাখাৰ সম্পাদক নৰকান্ত শইকীয়াই । গোলাঘাট প্ৰেছ ক্লাবৰ সভাপতি দেৱজিৎ ফুকনৰ পৌৰহিত্যত অনুষ্ঠিত হোৱা সভাত বিশিষ্ট শিক্ষাবিদ লেখক হেম ফুকন, তুলিকা শইকীয়াৰ শাহুয়েক নিলীমা বৰুৱা, গোলাঘাট জিলা সাংবাদিক সংস্থাৰ কাৰ্যকাৰী সভাপতি বিকাশ শৰ্মা, গোলাঘাট প্ৰেছ ক্লাবৰ কাৰ্যকাৰী সভাপতি দিগন্ত কুমাৰ ভূঞা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সহকাৰী সম্পাদক জিতুল ৰাজখোৱা, পিকুমনি দত্ত আদিয়ে বিশিষ্ট অতিথিৰূপে অংশগ্ৰহণ কৰি বক্তব্য আগবঢ়ায় । সমজুৱাৰ তৰফৰ পৰা বিশিষ্ট লেখক, কবি পাৰিজাত বৰুৱা, নিলোফাৰ এ মেহতাবীয়ে বক্তব্য ৰাখে । অনুষ্ঠানত গ্ৰন্থখনৰ সম্পাদক অংশুমান বৰা,জয়ন্ত দত্তই গ্ৰন্থখনৰ সন্দৰ্ভত বিস্তৃতভাৱে আলোকপাত কৰে ।Body:Byte 1 : দেৱজিৎ ফুকন ( সভাপতি, প্ৰেছক্লাব)
Byte 2: অংশুমান বৰা Conclusion:গোলাঘাট পৰা চামিম আলি , etv Bharat , অসম
Byte 2: অংশুমান বৰা Conclusion:গোলাঘাট পৰা চামিম আলি , etv Bharat , অসম