ETV Bharat / state

বোকাখাতৰ মহকুমা স্বাস্থ্য বিষয়া আক্ৰান্ত কৰ'ণাত - assam covid update

বোকাখাতৰ ব্লক পি.এইচ.চিৰ ডা০ ভাৰত ফুকন আক্ৰান্ত হৈছে কৰ'ণাত । মঙলবাৰে পৰীক্ষা কৰাত তেওঁৰ দেহত ভাইৰাছৰ অৱস্থিতি ধৰা পৰে । চিকিৎসকগৰাকীয়ে তেওঁৰ সংস্পৰ্শলৈ অহা সকলোকে ক'ভিড পৰীক্ষা কৰাৰ বাবে আহ্বান জনাইছে ।

বোকাখাতৰ মহকুমা স্বাস্থ্য বিষয়া আক্ৰান্ত কৰ'ণাত

author img

By

Published : Apr 27, 2021, 5:44 PM IST

গোলাঘাট,২৭ এপ্ৰিল: ৰাজ্যৰ প্ৰায় প্ৰতিখন জিলাতে এতিয়া কৰ'ণাৰ ভয়াৱহ সংক্ৰমণ দেখিবলৈ পোৱা গৈছে । কৰ'ণা দ্বিতীয় ঢৌত বহু লোক সংক্ৰমিত হৈছে মহামাৰীত । আনকি সাধাৰণ লোকৰ উপৰিও চিকিৎসক বা স্বাস্থ্যসেৱাৰ লগত জড়িত লোক সকলো আক্ৰান্ত হোৱাৰ খবৰ আহিছে । এইবাৰ গোলাঘাট জিলাৰ বোকাখাতৰ মহকুমা স্বাস্থ্য বিষয়া আক্ৰান্ত কৰ'ণাত ।

বোকাখাত ব্লক পি.এইচ.চিৰ ডা০ ভাৰত ফুকন আক্ৰান্ত হৈছে কৰ'ণাত । মঙলবাৰে পৰীক্ষা কৰাত তেওঁৰ দেহত ভাইৰাছৰ অৱস্থিতি ধৰা পৰে । ইয়াৰ লগে লগে চিকিৎসক গৰাকীয়ে তেওঁৰ সংস্পৰ্শলৈ অহা সকলোকে ক'ভিড পৰীক্ষা কৰাৰ বাবে আহ্বান জনাইছে ।

লগতে পঢ়ক:ক’ভিড নিৰ্মূলৰ উদ্দেশ্যে মৰিয়নিত মহাবিষ্ণু যজ্ঞ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.