ETV Bharat / state

বিহুক আদৰিবলৈ সাজু সৰুপথাৰবাসী - গোলাঘাট

সমগ্ৰ ৰাজ্যৰ সমান্তৰালকৈ ধনশিৰি মহকুমাৰ সৰুপথাৰৰ নাওজানতো এতিয়া ৰঙালী বিহুটিক আদৰাৰ ব্যাপক প্ৰস্তুতি । বিহু নৃত্যৰ প্ৰশিক্ষণ লৈ সৰুপথাৰৰ নাওজান জাতীয় বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে আজি বিদ্যালয় প্ৰাংগণত প্ৰদৰ্শন কৰে বিহু ৷

বিহুক আদৰিবলৈ সাজু সৰুপথাৰবাসী
author img

By

Published : Apr 13, 2019, 11:17 AM IST

গোলাঘাট,13 এপ্ৰিল: অসমীয়াৰ বাপতি সাহোন ৰঙালী বিহুলৈ মাজত মাথো এটা দিন বাকী । সেয়েহে ৰঙালী বিহুক আদৰাৰ বাবে এতিয়া সাজু প্ৰতিজন অসমীয়া ৷ সমগ্ৰ ৰাজ্যৰ সমান্তৰালকৈ ধনশিৰি মহকুমাৰ সৰুপথাৰৰ নাওজানতো এতিয়া ৰঙালী বিহুটিক আদৰাৰ ব্যাপক প্ৰস্তুতি ।

বিহুক আদৰিবলৈ সাজু সৰুপথাৰবাসী

বিহু নৃত্যৰ প্ৰশিক্ষণ লৈ সৰুপথাৰৰ নাওজান জাতীয় বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে আজি বিদ্যালয় প্ৰাংগণত প্ৰদৰ্শন কৰে বিহু ৷ বিশেষকৈ উঠি অহা প্ৰজন্মক বিহু নৃত্যৰ প্ৰতি আকৰ্ষিত কৰিবলৈ নাওজান জাতীয় বিদ্যালয়ে এই প্ৰয়াস কৰে বুলি জানিবলৈ দিয়ে উদ্যোক্তাই ৷

Intro:সমগ্ৰ ৰাজ্যৰ লগতে ধনশিৰি মহকুমাৰ সৰুপথাৰৰ নাঁওজানতো হেপাহৰ ৰঙালী বিহুটিক আদৰাৰ ব্যাপক প্ৰস্তুতি চলাইছে । Body:অসমীয়াৰ বাপুতিসাহোন ৰঙালী বিহুলৈ এটা দিন বাকী থকা অৱস্হাত ৰাজ্যখনত ব্যাপক উচাহ উদ্দীপনা দেখিবলৈ পোৱা গৈছে |অন্য ঠাইৰ লগতে সৰুপথাৰটো বিহুৰ উদুলি মুদুলি পৰিবেশে বিৰাজ কৰিছে | সৰুপথাৰৰ নাওজান জাতীয় বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকলে বিগত সময়ত প্ৰশিক্ষন লোৱা বিহু নৃত্য প্ৰদৰ্শন কৰে বিদ্যালয়ৰ প্ৰংগনত | বিশেষকৈ উঠি অহা প্ৰজন্মই বিহু নাচৰ প্ৰতি আকৰ্ষিত কৰিবলৈ নাওজান জাতীয় বিদ্যালয়ে এই প্ৰয়াস কৰে বুলি উদ্যোগতাই জানিবলৈ দিয়ে ।Conclusion:BYTE :- উদ্যোগতা

সৰুপথাৰৰ পৰা দেৱাশীষ শৰ্মাৰ ৰিপৰ্ট ETV BHARAT অসম
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.